Bohag Bihu Wishes 2025 | Rongali Bihu Quote In Assamese |ৰঙালী বিহু

One of the most popular festivals in Assam is Bohag Bihu or Rongali Bihu. It is celebrated from the last day of Assamese month Chot ( April ) to the new Assamese month named Bohag. From the first day of the month Bohag, the Assamese new year starts.

In this article, we are sharing some of the best Happy Bihu 2024 Wishes Images, Quotes, Status, Wallpaper, SMS, Messages, Pics, and Greetings image in the Assamese language.

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

বহাগ আমাৰ আয়ুস ৰেখা। ভাল লাগে বিহু বুলিলেই মন প্রাণ..বিহু আমাৰ কৃষ্টি আমাৰ অস্তিত্ব জীয়াই ৰখাৰ পৰম্পৰা। আমাৰ বিহু আমিয়েই ৰাখিব লাগিব চিৰকালৰ বাবে।

পাৰিলে আহক একেলগে উলাহেৰে গাই যাওঁ 


“বিহুটি বছৰি আহিবা, অসমী আইকে জগাবা………………”

ৰঙালী বিহুৰ শুভ কামনা : Happy Rangali Bihu 2025 Assamese Quotes, Status 


সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ হওঁক সকলোৰে জীৱন, তাৰেই আন্তৰিক কামনাৰে…

Rongali bihu wishes in assamese language 2021 |Bihu whatsapp status video download



সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক কামনাৰে.


Rongali Bihu Wishes

Happy Bihu 2021 Wishes Images, Quotes, Status, Wallpaper, SMS, Messages, Pics and Greetings


বহাগ, ব্ৰহ্মপুত্ৰ আৰু বৰাক– অসমীয়া জাতিৰ প্ৰথম পৰিচয় । এই নতুন বহাগে সকলোলৈ কঢ়িয়াই আনক- সুখ, শান্তি আৰু সমৃদ্ধি । তাৰেই কামনা কৰি সকলোলৈ অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালো ।

Rongali Bihu Wishes,bihu wishes in assamese language, Bohag bihu wallpaper 2021, rongali bihu images


বহাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ; অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ। ” –ড° ভূপেন হাজৰিকা


Bihu wishes in Assamese language

Rongali bihu wishes in assamese language 2021 |Bihu whatsapp status video download | bohag bihu wishes in assamese language 2021


সকলোলৈ বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ । বিহুটিয়ে শান্তি-সম্পৃতি , ভাতৃত্ববোধ আৰু সংস্কৃতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব ।

Bohag Bihu wallpaper 2023

Rongali bihu wishes in assamese language 2021|Bihu whatsapp status video download | bohag bihu wishes in assamese language 2021
bohag bihu wishes 2022


মৰমৰ দীঘ দি চেনেহৰ বাণী বৈ হেঁপাহৰ আঁচুৰে বোৱা,সপোন ফুলেৰে ফুলাম মোৰ এই বিহুৱান মন দি এবেলি লোৱা…

 Rongali Bihu images

Rongali bihu sms 2020


নাহৰ ফুল ফুলিবৰ বতৰ ঐ লাহৰী তগৰ ফুল ফুলিবৰ বতৰ,নাহৰৰ গোন্ধে পাই লাহৰীৰ ততে নাইগ ছকত ভাঙি যায় যঁতৰ…


Bihu wishes Assamese new year | Rongali Bihu Quote

happy bohag bihu 2020


টকাৰ সৰু সৰু মাতে সমনীয়া টকাৰ সৰু সৰু মাত, টকাৰ মাতে শুনি ৰ’ব মই নোৱাৰি এৰি যাওঁ পেটৰে ভাত

bohag bihu photo 2020


পেঁপাটি বজাবৰ তিনিটি আঙুলি মাজৰটি আঙুলি লৰে,যেতেকে লৰিব পুৰুষৰ আঙুলি তেতেকে জেউতি চৰে…

rongali bihu whatsapp status


গগণা আৰণি গগণা পুৰণি ঐ গগণা কিহেৰে বায়, দুফালে দুচাটি এফালে এচটি ঐ মুগা সূতা লগায়ে বায়…

Rongali bihu wishes in assamese language 2020 |Bihu whatsapp status video download


সুতুলি সুতুলি মাটিৰে সুতুলি সুতুলি কিহেৰে বাওঁ,ককাঁলৰ খোচনিত মাটিৰে সুতুলি আঙুলি বোলায়ে বাওঁ…

Rongali Bihu Wishes,bihu wishes in assamese language


ঢোলৰ নাম উৰুলি ঢোলৰ নাম কুৰুলি ঢোলত ধৰিলে ঘূণে,মৰাণৰ মুচিয়াৰ ঘৰত নাইকিয়া ঢোল চাই দিব কোনে?

assamese bihu shayari | Bohag Bhiu Assamese Wishes | Assamese Bihu Quote | Bihu Meme

Join The Community

Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

0 Comments

  1. Lucky Club – Lucky Club Casino Site Review and Bonuses
    Lucky Club is a fantastic luckyclub.live choice of slots from top providers. From popular games like the Egyptian Gold to classics like Big Bass Bonanza, this game is

Leave a Reply

Your email address will not be published. Required fields are marked *