প্ৰিয় পঢ়ুৱৈসকল আজি আপোনাৰ সৈতে মই  Assamese Love Quotes For Life বা
Inspirational Assaemse Thoughts শ্বেয়াৰ কৰিবলৈ লৈছো। এইকেইটা Assamese Shayari
আপুনি পঢ়ি নিশ্চয় ভালপাব বুলি মোৰ বিশ্বাস। লগত আৰু বহুতো Assamese Quotes image
বা  ধুনীয়া Axomiya Quote পঢ়ি থাকিবলৈ JoankAxom সৈতে সংযুক্ত হৈ
থাকক।

Assam, a land of rich cultural heritage and diverse traditions, is known for its profound literary contributions. Assamese quotes, with their depth of emotions and philosophical insights, hold a special place in the hearts of the people. In this article, we explore a curated collection of over 100 Assamese quotes suitable for WhatsApp status, ranging from expressions of sadness to romantic musings, and even profound reflections on life.

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

100 Assamese Quotes for WhatsApp Status | Assamese Sad and Romantic Quotes

In the digital age, WhatsApp status has become a popular way to share thoughts and feelings with friends and family. Assamese quotes add a unique touch to these status updates, allowing individuals to connect with their roots while expressing themselves creatively.”

Assamese Quotes By DrPranab Kumar Bhagabati 

 

হাতৰ তলুৱাত তোমাৰ নাম মচ নোখোৱাকৈ লিখিলো…চাল্লা, এই পাগলে পাহৰি গলো, ভাগ্য
হেনো বিধাতাইহে লিখে।পামনে মই নে মই পাম তোমাক?

Assamese Shayari | Assamese shayari photo 1

100 Assamese Quotes For Whatsapp Status | Assamese Sad And Romantic Quote Collection

তোমাৰ কেমেৰাত ৰীল নাছিল…আৰু মই হাঁহিয়েই থাকিলো। (আমাৰ প্ৰেমৰ সময়ত dslr
নাছিল)

assamese shayari message | assamese shayari sms download

 

মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি…এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা
নাই।

Assamese sad quotes | Assamese heart touching quotes

Assamese shayari of love | assamese shayari for love

 

মোৰ চহৰত সাংঘাতিক নীৰৱতা…কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।

Assamese shayari of love | assamese shayari for love

কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ
নহয়।

Assamese shayari of love | assamese shayari for love

 

Assamese sad quotes | assamese heart touching quotes

বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে
ৰাস্তা এনেয়ে এৰি দিয়ে

Assamese Quotes on Life for WhatsApp

 

 

 

তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম…তুমি পানী পি পি ভাগৰি যাবা, মই
হিকটি হৈ আমনি কৰিম।

100 Assamese Quotes For Whatsapp Status | Assamese Sad And Romantic Quote Collection

 

Also Read-
Assamese shayari image download | Assamese dard shayari

 

Assamese shayari message | Assamese shayari sms download

 

দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ…যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।

Assamese shayari image download | Assamese dard shayari

চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা…পুনৰ সেই দুচকু
কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।

Assamese shayari image download | assamese dard shayari

 

 

Assamese attitude status| Assamese quotes for whatsapp

আৰু কি বৰ্বাদ কৰিব তেওঁ মোক…ছাই হ‌ও মই, জ্বলালেও জ্বলি নাযাওঁ।

assamese attitude status| assamese quotes for whatsapp

লুকাভাকুৰ খেল এই চাৰা দুনীয়া। দুৰ্বলতা লুকাই আছে প্ৰতিটো কাৰ্যৰ পাছত। স্বাৰ্থ
লুকাই আছে প্ৰতিটো ধন্যবাদৰ পাছত। হায়ৰে

Emotional quotes assaemse| very sad assamese quotes

 

Romantic quotes assamese | assamese friendship quotes

তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা…মই সুখৰ বাবে তোমাৰ সন্ধান কৰো

Assamese attitude status| assamese quotes for whatsapp

 

দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম…সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব,
কিন্তু হায়, সময় নাথাকিব

Romantic quotes assamese| assamese friendship quotes

 

 

কলিজাটো তোমাৰ ফালে সদায় হালে অলপ। ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।

Assamese attitude status| assamese dialogue

 

 

যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হলহেতেন, আজীৱন নাও বাই মৃত্যুৰ আলহী হলোহেতেন।

assamese shayari image | assamese shayari download

 

 

তোমাৰ হাঁহিৰ প্ৰতিক্ৰিয়া মোৰ দেহত হয় ৰাইজে সোধে “কোন ডক্তৰ, কি ঔষধ?”

assamese shayari photo download | assamese tragedy shayari

 

 

কাৰোবাক টুকুৰিয়াই চাবলৈ হলে এবাৰ কৈ চাওক “মই অলপ বিপদত পৰিছো”। জবাব পাই যাব।

Niribili assamese photo|assamese sad status

 

তেওঁ হাঁহি সুধিছিল “তুমি কি কৰা?” মই উত্তৰ দিলো “দলং নোহোৱা নদীত প্ৰেমৰ নাৱ
চলাও।”

assamese shayari fb| assamese shayari free download

 

 

তেওঁ মোৰ লগত প্ৰেমৰ বালিমহল সাজিলে…আৰু বৰষুণক খবৰটো তেৱেই দিলে।

assamese friendship quotes|assamese love dialogue

 

 

প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গলে, মন্দিৰৰ ঘণ্টাটোৰ দৰে হব। সকলোৱে বজাই থৈ
উভতি যাব।

assamese dukhor status|assamese thought of the day

 

 

কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ। পোহৰ দেখুৱাই আন্ধাৰৰ ফালে হাত বাউলি মাতে।

Assamese love quotes|New Assamese Quote

তেওঁ যাওঁতে কৈ গ’ল- “মই মাত্ৰ সপোনতহে দেখা দিম।” মই কলো-“promiseতো কৰা, মই
জীৱনৰ বাবে চকু মুদি দিম।

Assamese shayari pic|Assamese shayari picture

 

 

যি চৰাই উৰি গল, তালৈ আফচোচ কৰি কি লাভ… ইয়াত পোহনীয়া চৰায়ো আনৰ চাদত পৰে।

Assamese love quotes|New Assamese Quote

 

সুখ চন্দনৰ দৰে। কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়।

Assamese love quotes|New Assamese Quote

 

যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে, সেয়া “বিজয়” আৰু যিয়ে হাজাৰ সমস্যাৰ মাজেৰে
জয়লাভ কৰে, সেয়া “বুৰঞ্জী”

assamese shayari | Best assamese shayari

 

বুকুৰ কেচা ঘাঁৰ নিজেই যতন লব। দুনীয়াক দেখুৱাই লাভ নাই। এইখন জলকীয়াৰ পৃথিৱী।

assamese dukhor shayari| assamese shayari romantic

 

তেওঁ সুধিছিল “প্ৰেমৰ বাট কোনফালে?” মই চাৰ্টৰ বুটাম খুলি বুকুৰ বাওঁফাল দেখুৱালো।

assamese shayari assamese shayari photo

 

ৰমজান চলিছে, মছজিদৰ কাষেদি নাযাবা তুমি…কোনোবাই ঈদৰ চান্দ বুলি ৰোজা ভংগ কৰিব পাৰে।

assamese romantic shayari image| assamese shayari pic download

 

তুমি হাজাৰ বিচাৰিলেও মোক নোপোৱা…চন্দ্ৰৰ পিছফালে থকা আন্ধাৰখিনি মোৰ পৃথিৱী। তুমি চন্দ্ৰ হৈ থাকিলে কত পাবা?

assamese friendship shayari | assamese shayari love story

আমি আমাৰ স্বভাৱ, চৰিত্ৰ ঠিক কৰিব লাগে, যাতে আমাক দেখি ছোৱালী/নাৰীয়ে চুলি ঠিক
ঠাক কৰাত লাগি যায়, দোপাট্টা নহয়। মৰ্দ হ‌ও মৰ্দ।

assamese shayari 2024 | assamese shayari sad

 

জীৱন এক শূণ্যতাৰ ধেমালি পেটত ভোক,মুখত ধূলি বালি

assamese shayari love | assamese shayari sms

 

 

বৰশীত উঠি অহা মাছটোক সোধক; ভয়, নিসংগতা আৰু যণ্ত্ৰনা কাক কয় আৰু বৰশী বোৱাজনক
সোধক; ভাগ্য আৰু পৰিতৃপ্তি কি বস্তু?

assamese shayari assamese shayari photo

 

তুমি জাকৈয়া গাভৰুৰ মোক খা মোক খা খিলখিল হাঁহি…মই ঢিমিক ঢামাক নিৰ্জনতাৰ বাঁহী।

assamese shayari assamese shayari photo

 

আমৃত্যু ভাল পোৱাৰ কথা আছিল। বন্ধু, মই মৰিলে চিতাখন তেওঁৰ পদূলিত এবাৰ ৰখাবা…সুধিলে কবা “কান্ধ সলনি কৰিছো”।

Assamese shayari 2020 | Assamese shayari sad

 

তিতা খৰিৰ দৰে আছিলো, তুমি প্ৰেমৰ দিয়াচলাই মাৰি জ্বলালা…এতিয়া চাল্লা ভালদৰে জ্বলিব‌ও পৰা নাই, নুমাব‌ও পৰা নাই… ধ্যেই।

assamese shayari assamese shayari photo

 

কোনে কয় মই মিছা কথা নক‌ও…এবাৰ কেনে আছো সোধা, উত্তৰ পাবা।

assamese meme | assamese sad memes

 

মোৰ কান্ধত তোমাৰ দুটোপাল চকুলো পৰিল কি নপৰিল মোৰ সস্তীয়া গেঞ্জীটো আজি ধনী হৈ গ’ল।

Assamese Quotes About Love and Sadness

 

 

যিয়ে সঘনাই কাপোৰ সলনি কৰাৰ হেপাঁহ ৰাখে, তেওঁ শেষ মুহূৰ্তত কবৰো সুযোগ নাপায় যে
“কফনটো ঠিক নহল” হায় ৰে দুনীয়া।

assamese emotional meme | assamese sad memes

 

 

প্ৰতিদিন প্ৰতিপল তোমাৰেই চিন্তা…নাজানো, কি ঋণৰ কিস্তি পৰিশোধ কৰি আছো।

assamese emotional shayari | New assamese emotional shayari

 

Also Read আপোনাৰ ফ্রেণ্ড লিষ্টটো থাকিব পাৰে এনেকুৱা ফ্ৰেন্ড? Assamese Story
book

Assamese emotional shayari | New assamese emotional shayari

মই শব্দৰ দৰে সীমিত তুমি অৰ্থৰ দৰে বিস্তাৰিত

Assamese Romantic Meme Caption | Best  Romantic Assamese Poem

 

Assamese Shayari | Assamese shayari photo

সৰাপাতে আমাক ইয়াকে শিকাইছে যে বোজা হৈ পৰিলে, আপোনজনেও সংগ এৰি দিয়ে।

assamese friendship shayari | assamese shayari love story

 

মানুহে কেতিয়াও আইনা নাচালেহেতেন, যদিহে আইনাত প্ৰতিচ্ছবিৰ সলনি চৰিত্ৰ দেখা
পোৱা গ’লহেতেন।

assamese emotional shayari | New assamese emotional shayari

 

 
 

যেতিয়ালৈ শিক্ষাৰ উদ্দেশ্যে চাকৰি পোৱা হব, তেতিয়ালৈ চাকৰৰেই জন্ম হব। মালিকৰ
জন্ম কাহানিও নহব।

 
assamese emotional shayari | New assamese emotional shayari

 

 
 

প্ৰেমত আমি দুয়ো প্ৰতাৰিত হলো।মই তোমাক অইনতকৈ বেলেগ ভাবিলো আৰু তুমি মোক অইনৰ
নিচিনা ভাবিলা।

 
Assamese Quotes For Whatsapp Status | Assamese Sad And Romantic Quote Collection

 

 

তেওঁ এটা কাহিনী আছিল, চলি থাকিল….মই মাজৰ এটা ঘটনা আছিলো, খতম হৈ গলো।

 
Assamese Quotes For Whatsapp Status | Assamese Sad And Romantic Quote Collection

 

 

নিশাৰ নিৰ্জনতা এনে লাগে যেন…এইমাত্ৰ মোক কোনোবাই কবৰ দি আটায়ে ঘৰাঘৰি গুচি
গ’ল।

 
Assamese Quotes For Whatsapp Status | Assamese Sad And Romantic Quote Collection

 

 

আইনাই সচাঁ কথা কয়? কেনেকৈ? চাল্লা, সোফাল চাবলৈ গলে বাওঁফাল দেখুৱাই দিয়ে। আজৱ
মানুহৰ ধাৰণা

 
Assamese Quotes for WhatsApp Bio

 

 

তুমি কিবা আকাশৰ জোনটোৰ দৰে হৈ পৰিছা….সৌন্দৰ্য‌ও সিমান, অহংকাৰো সিমান, আৰু
মোৰ পৰা দূৰত্বও সিমান।

 
Assamese Quotes for WhatsApp Display Picture

 

 

ছোৱালীক চন্দ্ৰৰ দৰে নবনাব, যত সৱে ৰ লাগি চায়, বৰং সূৰ্যৰ দৰে বনাওক,যাতে এবাৰ
চায়েই মুৰ দোৱাবলগীয়া হয়। মই মোৰ ছোৱালীক সূৰ্য বনাম।

 
Assamese Quotes for WhatsApp Profile

 

জীৱনত সেইটো কাম কৰি আটাইতকৈ আনন্দ পোৱা, যাৰ বিষয়ে আনে কয় “এইটো কাম তোমাৰ
দ্বাৰা নহব।”

Best Assamese Quotes for WhatsApp

 

এওঁৰ লগত জীয়াই ধেমালি কৰিবৰ অকণটো সময় দে অ’ ভগৱান….পাপী নহলে মৃত্যুৰ
পাছততো সদায় তোৰ লগতেই থাকিম।

Heart-touching Assamese Quotes for WhatsApp

 

শিলত তোমাৰ চেহেৰা কাটোতে কাটোতে আঙুলি ভাগৰি গ’ল…যেতিয়া তোমাৰ চেহেৰা বনি
গ’ল, ক্ৰেতাৰ ভিৰ লাগি গ’ল।

Assamese Quotes for WhatsApp DP

 

ভুল কৰিছোঁ যদি অন্তৰেৰে মাফ কৰি দিবা,কোৱা শুনিছোঁ, শোৱাৰ পাছত সকলোৰে ভাগ্যত
ৰাতিপুৱা নাথাকে।

Emotional Assamese Quotes for WhatsApp

 

জীৱনৰ হাত নাই সচাঁ। কিন্তু কেতিয়াবা ই এনে কাণতলীয়া সোধায়, যে গোটেই জীৱন মনত
থাকি যায়।

Assamese Love Quotes for WhatsApp

 

 


এজনে এবাৰ সুধিছিল “যণ্ত্ৰণাৰ মূল্য কিমান?”। মই কৈছিলো “নাজানো। কিছুমান আপোন
মানুহে বিনা প‌ইচাত দি যায়”।

 
Assamese Meme Caption | Best Assamese Poem

 

 

 

কোনে দিব জীৱনজুৰি আশ্ৰয়? মৰাৰ পাছত মৰাশ কঢ়িওৱাতেও মানুহে কান্ধ সলায়।

Assamese Sad Meme Caption | Best  Sad Assamese Poem
 


মোৰ চহৰত ভগৱানৰ অভাৱ নাই, কিন্তু মানুহৰ যথেষ্ট অভাৱ।

100+ Assamese Quotes For Whatsapp Statu

 

Assamese Meme Caption | Best Assamese Poem

100 Assamese Quotes For Whatsapp Status | Assamese Sad And Romantic Quote Collection

সান্নিধ্যৰ সৰাপাত বুটলি বুলিলো আলিবাট…উঁয়ে খোৱা পাতৰ মাজত নিজক পালো অকস্মাৎ

Cute Love Assamese Quote | Assamese Caption for love

প্ৰেম আৰু বিশ্বাস এহাল চৰাইৰ দৰে। এটা উৰি গলে, আনটোও পাছে পাছে উৰি যায়।

Cute Love Assamese Quote | Assamese Caption for love

গাঁৱত যিয়ে হাজাৰ গজ দীঘল এখন চালিৰ তলত যৌথ বাস কৰে, চহৰত তেৱে বাৰ ফুটৰ
দুমহলীয়াত একক থাকি তাক নিজৰ উন্নতি ঘোষণা কৰে।

Assamese Sad Quotes for WhatsApp Status

 

মোক ভালপোৱাৰ নামত বহুলোকে মোক বহুত কন্দুৱালে…হে মৃত্যু, কচমসে ত‌ই মোৰ
যিদিনা সংগ দিবি, তেওঁলোককো বহুত কন্দুৱাম। কথা দিলোঁ

Assamese Sad And Romantic Quote Collection
 

আলাপ – ড৹ প্ৰণৱ কুমাৰ ভাগৱতী The Man Who Wrote The Best Assamese Shayari And
Assamese Quote

নলবাৰীৰ বাসিন্দা প্ৰয়াত ড৹ প্ৰণৱ কুমাৰ ভাগৱতী বিজনী কলেজৰ অসমীয়া বিভাগৰ
অধ্যাপক আছিল । লগতে তেঁও আছিল লেখক ,পক্ষীবিদ আৰু পখিলাবিদ গৱেষক। বিৰল প্ৰতিভাৰ
অধিকাৰী আছিল তেখেত । কেমেৰাটো লৈ তেখেতে অসমৰ বিভিন্ন ঠাইলৈ চৰাই , পখিলা আৰু
অচিন পতংগৰ সন্ধানত গৈছিল ।ছচিয়েল মিডিয়া facebook ৰ বহতেই হয়তো তেখেতক চিনি
পাইছিল। আলাপ তেওঁৰেই সৃষ্টি। ভাৰ্ছুৱেল পৃথিৱীৰ অচিন মানুহজনেও তেওঁক সদায় মনত
ৰাখিব। 

“আলাপ” ৰ মানুহ জন হেৰাই গ’ল । যাৰ লিখনিত সদায় নিজক বিচাৰি পাইছিলো..কেতিয়াবা
মৃত্যুয়ে হঠাৎতে কাষলৈ নাহে। মৃত্যুয়েও পৰিকল্পনা কৰি ধীৰে ধীৰে আহে। আজি তেওঁ
কোনো এখন নেদেখা ঠাইৰ বাসিন্দা। তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ..লগতে
তেখেতৰ স্মৃতিত আগবঢালো তেখেতৰ আলাপৰ কিছুমান ASSAMESE QUOTE

সৃষ্টিয়ে মানু্হক জীয়াই ৰাখে.. স্মৃতি মাথো সোৱঁৰণি হৈ আহে। নিজানে নিতালে

FAQs Assamese Quotes For Whatsapp Status | Assamese Sad And Romantic Quote Collection

Can I use Assamese quotes for WhatsApp status even if I’m not from Assam?

Absolutely! Assamese quotes are for everyone to enjoy and share, regardless of their background. Feel free to use them to express yourself creatively on WhatsApp.

Are Assamese quotes only suitable for WhatsApp status, or can I use them elsewhere?

While WhatsApp status is a popular platform for sharing quotes, you can use Assamese quotes wherever you like – on social media, in greeting cards, or even as daily affirmations.

How can I find more Assamese quotes if the collection provided isn’t enough?

There are numerous websites and social media pages dedicated to Assamese quotes where you can find an endless array of quotes for every mood and occasion.

Do Assamese quotes lose their essence when translated into English?

While some nuances may be lost in translation, the essence of Assamese quotes can still be preserved in English. What matters most is the emotion and sentiment behind the words.

Can I contribute my Assamese quotes to the collection?

Of course! We welcome contributions from our readers. If you have a favourite Assamese quote that you’d like to share with others, feel free to send it our way.

Join The Community

Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

0 Comments

  1. হয়তো,শব্দবোৰৰ অৰ্থ খুওব সুন্দৰ কৈ বুজিব পাৰিছো,সেইকাৰণেই হয়তো তেঁওক আজীবনলৈ মনত ৰাখিম বুলি দৃঢ় সংকল্প লৈছো।

  2. সচাই, কিবা এটা বুজাব নোৱাৰা অনুভৱে খুন্দিয়াই গ'ল বুকুখনিত।

  3. বহুত ধুনীয়া লাগিল পঢ়ি। আশা কৰিছোঁ ভৱিষ্যতলৈও এনেকুৱা পোষ্ট আপলোড কৰি থাকিব বুলি আশা ।।।

    পাৰিলে মোৰ নতুন ব্লগ টো চাব চোন
    My New Blog

  4. সচাকৈ পঢ়ি ভাল লাগিল , আগলৈকো এনেকুৱাবোৰ পাই থাকো আশা কৰিলো ।

Leave a Reply

Your email address will not be published. Required fields are marked *