Skip to content
Every assamese should know কাক কি বুলি জানো
- ১) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য
- ২) অতিন্দ্রিয়বাদী কবি : নলিনীবালা দেৱী
- ৩) অভিনয়াচার্য : ব্রজনাথ শর্মা
- ৪) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী
- ৫) অসম গৌৰৱ : হেম বৰুৱা
- ৬)।উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
- ৭) কথা শিল্পী : আব্দুল মালিক
- ৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন
- ৯) কর্মবীৰ : নবীন চন্দ্র বৰদলৈ
- ১০) কলাগুৰু : বিষ্ণুপ্রসাদ ৰাভা
- ১১) খৰিকা জাঁইৰ কবি : ভবানন্দ ৰাজখোৱা
- ১২) গীতিকবি : পার্ৱতিপ্রসাদ বৰুৱা
- ১৩) জ্ঞানমালিনীৰ কবি : মফিজুদ্দিন আহমদ হাজৰিকা
- ১৪) জননায়ক : দেৱেশ্বৰ শর্মা
- ১৫) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
- ১৬) দেশপ্রাণ : লক্ষ্মীধৰ শর্মা
- ১৭) দেশভক্ত: তৰুণৰাম ফুকন
- ১৮) ধ্বনি কবি : বিনন্দ চন্দ্র বৰুৱা
- ১৯) নটসূর্য : ফণী শর্মা
- ২০) নাট্য প্রভাকৰ : সত্যপ্রসাদ বৰুৱা
- ২১) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
- ২২) পথাৰৰ কবি : ৰাম গগৈ
- ২৩) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
- ২৪) প্রেম আৰু ৰ’দালিৰ কবি : হীৰেন ভট্রাটার্য
- ২৫) পাপৰিৰ কবি: গণেশ চন্দ্র গগৈ
- ২৬) ফুলনিৰ কবি : পদ্মধৰ চলিহা
- ২৭) বকুলবনৰ কবি : আনন্দ চন্দ্র বৰুৱা
- ২৮) বনকোঁৱৰ : আনন্দিৰাম দাস
- ২৯) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
- ৩০) বাগ্মীবৰ : নীলমণি ফুকন
- ৩১) বিদ্রোহী কবি : প্রসন্নলাল চৌধুৰী
- ৩২) বিহগী কবি : ৰঘুনাথ চৌধাৰী
- ৩৩) বীৰবালা : কনকলতা
- ৩৪) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা
- ৩৫) মৰমী কবি : দুর্গেশ্বৰ শর্মা
- ৩৬) লুইত কোঁৱৰ : ৰুদ্র বৰুৱা
- ৩৭) লোকনায়ক : অমিয় কুমাৰ দাস
- ৩৮) লোকপ্রাণ : মতিৰাম বৰা
- ৩৯) লোকপ্রিয় : গোপীনাথ বৰদলৈ
- ৪০) লোকবন্ধু : ডাঃ ভুৱনেশ্বৰ বৰুৱা
- ৪১) লৌহ মানৱ : বিষ্ণুৰাম মেধি
- ৪২) শেৱালি কবি : ৰত্নকান্ত বৰকাকতী
- ৪৩) শোণিত কোঁৱৰ : গজেন বৰুৱা
- ৪৪) সংগীতাচার্য : লক্ষ্মীৰাম বৰুৱা
- ৪৫) সাহিত্য ৰত্ন : চন্দ্রধৰ বৰুৱা
- ৪৬) সিংহপুৰুষ : ৰাধাগোৱিন্দ বৰুৱা
- ৪৭) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
- ৪৮) সৰস্বতী : নির্মলপ্রভা বৰদলৈ
- ৪৯) ৰসাল কবি : দণ্ডিনাথ কলিতা
- ৫০) ৰসৰাজ/সাহিত্যৰথী : লক্ষ্মীনাথ বেজবৰুৱা