Assamese Love story Beautiful Assamese Love Stroy For Couple
তাইৰ বিয়াৰ আজি এবছৰ হল ৷ মই তিনিআলিৰ দোকানখনত ৰৈ আছো ৷ সেই দিনা যিদিনা তাইক 1ম লগ পাইছিলো এই দোকানখনতেই মই আদ্দা দি আছিলো ৷ যত ৰৈ আছে মোৰ অযুত স্মৃতি
7 বছৰ আগত ৷ সাধাৰনতে তিনিআলিটোত মই আদ্দা দিবলৈ নাহো ৷ ৰাজে এদিন মোক লৈ আহিল ৷ কাৰণটো এয়াই তাৰ ভাললগা ছোৱালীজনী এইটো ৰাস্তাৰে যায় ৷ দুপৰীয়াৰ সময় ৷ শীতৰ দিন ৷ ৰ’দটো বেচ আমেজপুৰণ ৷ ঠাইখিনি সিমান ভাল লগা নাছিল যদিও মোৰ বাবে উপাই নাই ৷ যথাসময়ত ডিম্পী আহিল ৷ (ৰাজৰ ভাল লগা জনী) তাই দোকানখনলৈ আহিল ৷ ৰাজে কথা পাতিলে ৷ মই বহি থাকিলো ৷ একেবাৰে বৰিং সময় মোৰ বাবে ৷ হঠাৎতে মন কৰিলো ডিম্পীৰ লগৰজনীও মোৰ দৰে অন্যফালে চাই আছে ৷হয়তো তাইয়ো মোৰ দৰে বৰিং ফিল কৰিছে ৷ নজানো কিয় মোৰ ভাল লাগি গল ৷ মই তাইৰ এইবাৰে সময় মিলাই তাইক লক্ষ্য কৰিবলৈ আৰম্ভ কৰিলো ৷ এবাৰ তাইয়ো ঘুৰি চালে ৷ মই চকু আতৰাই দিলো ৷ যথা সময়ত সিহত গুচি গল ৷ সেইদিনা যদিও মই উভতি আহিছিলো ৷মোৰ মন ব্যাকুলহৈ পৰিছিল তাইক আকৌ এবাৰ চাবলৈ ৷ তাইৰ মুখখনতে যেন পুৰনিমাৰ জোনটো আছে ৷ 2য় দিনাও একে অবস্হা মই মাতো নামাতোকৈ মাতিলো ৷ তাইয়ো ধুনীয়াকৈ উওৰ দি গল ৷ স্মিতাক্ষী তাইৰ নাম
1 ম দিনাৰ দৰে দিনবোৰ আৰু বৰিং নাছিল ৷ কেতিয়াবা কেতিয়াবা এনে লাগিছিল দোকানখনতেই কটাই দিও নেকি ৰাতিটো, যাতে পিছদিনা পুৱা আকৌ তাইক দেখা পাম ৷ দুপৰীয়া লগ পাম ৷ এনেকৈয়ে দিনবোৰ গ’ল ৷ ৰাজেও সুযোগ বুজি ডিম্পীক প্ৰপোজ কৰিলো ৷তাই এচেপ্ত কৰিলে ৷ সেই সময়ত স্মিতাৰ লগত মোৰ বন্ধুত্বও তীব্ৰ হৈ গল ৷ এদিন মইয়ো তাইক কওঁ নকওকৈ কৈ দিলো মনৰ কথাবোৰ ৷ হয়তো সেই সময়ত তাই অপ্ৰস্তত আছিল ৷ তাই একো নোকোৱাকৈ গুচি গৈছিল ৷ মই ভাবিছিলো সব খতম ৷ দোকানখনলৈ যোৱাটোও বাদ দিলো ৷ তিনিদিন পিছত ৰাজে কৈছিল মইও যাব লাগে তাৰ লগত ৷ স্মিতাৰ কিবা কব লগা আছে ৷ সাধাৰনতে এনে সময়ত আমিবোৰে নিগেটিভ ভাবো ৷ মইও তাৰ ব্যতিক্ৰম নহয় ৷ মই গৈছিলো তাই আহিছিল ৷ লাহেকৈ তাই কৈছিল “আই লাভ ইয়ু টু ” ৷ মোৰ এনে লাগিল যেন গোটেই দোকানখনেই গিফট দি দিও নেকি . সেই সময় খিনিৰ পিছত মোৰো এজনী ধুনীয়া মৰমলগা gf হৈছিল ৷ স্মিতা ৷ মই দিয়া নাম ৷ মই তাইক ভালপাও ৷ আচৰিত ভাবে ৷ হয়তো মইও নাজানো কিমান ৷
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
1 ম দিনাৰ দৰে দিনবোৰ আৰু বৰিং নাছিল ৷ কেতিয়াবা কেতিয়াবা এনে লাগিছিল দোকানখনতেই কটাই দিও নেকি ৰাতিটো, যাতে পিছদিনা পুৱা আকৌ তাইক দেখা পাম ৷ দুপৰীয়া লগ পাম ৷ এনেকৈয়ে দিনবোৰ গ’ল ৷ ৰাজেও সুযোগ বুজি ডিম্পীক প্ৰপোজ কৰিলো ৷তাই এচেপ্ত কৰিলে ৷ সেই সময়ত স্মিতাৰ লগত মোৰ বন্ধুত্বও তীব্ৰ হৈ গল ৷ এদিন মইয়ো তাইক কওঁ নকওকৈ কৈ দিলো মনৰ কথাবোৰ ৷ হয়তো সেই সময়ত তাই অপ্ৰস্তত আছিল ৷ তাই একো নোকোৱাকৈ গুচি গৈছিল ৷ মই ভাবিছিলো সব খতম ৷ দোকানখনলৈ যোৱাটোও বাদ দিলো ৷ তিনিদিন পিছত ৰাজে কৈছিল মইও যাব লাগে তাৰ লগত ৷ স্মিতাৰ কিবা কব লগা আছে ৷ সাধাৰনতে এনে সময়ত আমিবোৰে নিগেটিভ ভাবো ৷ মইও তাৰ ব্যতিক্ৰম নহয় ৷ মই গৈছিলো তাই আহিছিল ৷ লাহেকৈ তাই কৈছিল “আই লাভ ইয়ু টু ” ৷ মোৰ এনে লাগিল যেন গোটেই দোকানখনেই গিফট দি দিও নেকি . সেই সময় খিনিৰ পিছত মোৰো এজনী ধুনীয়া মৰমলগা gf হৈছিল ৷ স্মিতা ৷ মই দিয়া নাম ৷ মই তাইক ভালপাও ৷ আচৰিত ভাবে ৷ হয়তো মইও নাজানো কিমান ৷
আজি 7 বছৰ হল ৷ মই স্মিতাক দেখিছো তাই ওলাই আহিছে ৷ কোলাত তাইৰ দৰেই ধুনীয়া মৰমলগা কেচুৱাটো ৷তাই মোৰ কাষলৈ আহিল আৰু কলে
” ৰিণি ক আপুনিয়েই লওকচোন”
পাণটো মুখত ভৰাই মই তাইক কোলাত লৈ ললো ৷
আজিকালি মোৰ ভাললগা ছোৱালী এজনীৰ সংখ্যা বাঢ়ি ল ৷ ৰিণি মোৰ সন্তান ৷ স্মিতা মোৰ পত্নী ৷
ভালপোৱাটো হয়তো ইমান ধুনীয়া নহলেই হয় ৷ যদিহে এইখিনি ঠাইত দোকানখন নাথাকিল হয়
Join The Community
Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋