–খাবা নেকি?
–না নাখাও
–এহ লাজ কৰিব নালাগে লোৱা৷
চিপচৰ পেকেটো তাইলৈ আগবঢাই দিছিলো ৷ 1ম বাৰৰ বাবে তাইৰ চকুত চকু থৈ সুধিছিলো
–কত যাবা
–গুৱাহাটী ৷ তুমি?
–ময়ো ৷ এইখন ৰেলত আহিবই নালাগে ইমান
ৰৈ ৰৈ গৈ থাকে ৷
— ও ৷ খডিকীখন বন্ধ কৰি দিয়াচোন বেয়া নপোৱা যদি ৷ঠণ্ডা বতাহ বলিছে ৷
–ৰবা ৷
মই বন্ধ কৰি আগৰ ঠাইত বহিছিলো ৷ এয়াই ১ ম আৰম্ভনি ৷১ ম বাৰ্তালাপ ৷ বতাহ ইমানো ঠাণ্ডা নাছিল৷তাই হয়তো অপ্ৰস্তত হৈছিল৷ অপ্ৰস্তত হৈছিল বতাহে চুলিখিনি অবিৰত মোৰ কান্ধত লগাই থকাত ৷সেই খন্তেকৰ বাবে তাইৰ চকুলৈ ছাইছিলো ৷কোমল তাইৰ চকজুৰি মিঠা মাতটো ৷মোক ভাবিব বাধ্যকৰি তুলিছিল তাইৰ বিষয়ে ৷ মনত বলা বতাহজাকে মোৰ হৃদয় উন্মাদ কৰি তুলিছিল৷হেডফোনত বাজি আছিল মন মোৰ উৰি গছি যায় ৷উৰি গৈছিলো মই ভাবনাত ৷পোৱা নপোৱাৰ কত আশা লৈ সুধিছিলো নাম…
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
মৌচুমী কাশ্যপ ৷ ৷এয়াই আছিল ১ ম আলাপ ৷ গুৱাহটী আহি তাইক ফেচবুকত বিচাৰি বিচাৰি পাইছিলো ৷সকলো ঠিকেই আছিল মাঠো in a complicated relationship আছিল ৷ মুহ্ৰতৰ বাবে লাগিছিল বেয়া ৷তথাপিও তাইক msg কৰিলো ৷ কথা পাতিলো ৷জুমি চালো ভিতৰৰ মৌচুমী জনীক ৷সুখী নাছিল তাই ৷মই হে আছিলো সুখী তাইক পাই ৷তাই ফোন নং লৈ ফোন কৰিছিলো ৷তাই বহুদিন কান্দিছিল ৷
মই ভাষা হেৰুবাইছিলো ৷ তাই কান্দিলে যে মোৰ বেয়া লাগে বহুত৷ এদিন নজনাকৈযে প্ৰেমত পৰি গৈছিলো তাইৰ ৷ ৷ মই বিচৰি ফুৰিব লৈছিলো তাইৰ মাজত নিজকেই ৷হয়তো তাইও আগুৱাই আহিছিল লাহে লাহে ৷লাহে লাহে মোৰ হৃদয়লৈ ….মনত আছে সেই দিনটো 27 জানুৱাৰী ৷ তাই দিনটো কান্দি আছিল ৷ সকলো সপোন ভাগিছিল হয়তো ৷ডেউকা ভগা পখীৰ দৰে ৷ হয়তো ভাগি পৰিছিল আশাবোৰ ৷দেখিছিলো মই ৷ বুজিছিলো ৷গধুলি তাইক শান্তনা দিবলৈ ফোন কৰিছিলো ৷
সময় 5.35 pm
-হেল্ল মৌ ৷ এতিয়াও কান্দি আছা
–নাই ৷
–হুমম ৷ কি কৰিছা ৷ ফেচবুক কি হল আজি৷
–মই আজি ভাত খোৱা ্ নাই মৰি যাম এনেকে ৷
নোৱাৰো মই ৷ নোৱাৰো ৷
–মই তোমাক ভল পাও ৷
ত়াই উচুপিব লৈছিল আৰু মোৰ হঠাতেই ওলাই গৈছিল মুখেৰে ৷সহ্য নহয় দুখ তাইৰ ৷ইতিমধ্যে তাই মাক ৰুমত অহাবুলি ফোনটো কাটিছিল ৷মই আচৰিত হৈছিলো ৷ 10 মিনিট পাছত মেছজত কৈছিলতাই ৷ “ময়ো ৷ “বিশ্বাস কৰা সেই 10 মিনিট মোৰ 10 বছৰ যেন লাগিছিল ৷তাই মোৰ হৈ গৈছিল সিদিনাৰ পৰা ৷ সেই মুহুৰ্ত সেই সময় এতিয়াও আছে মনত ৷ সকলো দেখা পাও চকু মুদিলেই ৷ দেখা পাও তাইক ৷ মই সেউজীয়া ৰঙৰ চিপচৰ পেকেট আগবঢাই দিয়া ছোৱালীজনীক কেতিয়াবা ভাবিলে এনে লাগে যেন সেই চিফুং ৰেলগাডী আৰু মোৰ হৃদয়ৰ গাডী খনৰ গতি একেই আছিল ৷মাঠো সেইখন ৰৈছিল বহু ষ্টেচনত আৰু মোৰ খনে বিছাৰি ফুৰিছিল ষ্টেচন এটা ৷ৰৈ গৈছিল এটাই ষ্টেচনত ৷ সেয়াই তাইৰ হৃদয় ৷৷ সেই চিফুং ৰেলগাডীখন ৷ সেই মুহুৰতটো , বতাহজাক ,চিপচৰ পেকেটটো সকলোখিনিয়ে যেন মোৰ জীবন সলাই দিছিল ৷মই তাইৰ হৈ গৈছিলো এদিন ৷ সচা অৰ্থত মোৰ বাবে তাইয়েই হৈ পৰিছিল স্বপ্ননীল আকাশৰ জোনাক ৷
-স্বপ্ননীল আকাশ
Assamese Love Story no 2 Love Story In Assamese
–“না নামাতিবা মোক ৷ মেছেজ ফোন একোৱেই নকৰিবা ৷ নাপাও মই তোমাক ভাল ”
কথাখিনি কৈয়েই তৰালীয়ে ফোনটো কাটি দিলে ৷ তাই খংঙত চিটিকি পৰিছে ৷ কি যে লৰাটো পালো কেৱল কাজিয়া কেৱল খং ৷ মোৰ একো কথাই নুশুনে ৷ ময়ো নুশুনো ৷ নকৰো আজিৰ পৰা ফোন মেছেজ ৷ সব খতম ৷ হুহহ
কথাবোৰ ভাবি তাই বিচনাত শুই পৰিল ৷ তৰালী hs 2য় বাৰষিকৰ ছাৎৰী ৷ কলেজৰ 1 ম দিনতেই লগ পাইছিল অনুৰাগক ৷ এদিন সিহত ভাল বন্ধু হৈছিল আৰু লাহে লাহে তাই তাৰ হৃদয়ৰ একমাৎৰ ছোৱালীজনী হৈ পৰিছিল ৷ এই সময়লৈ সিহতৰ সম্বন্ধ এবছৰ পাৰ হৈ গৈছিল ৷ আজি মনটো ভাল নহয় ৷ প্ৰায়ে সৰু সৰু কথাত কাজিয়া লাগে ৷ বেলেগৰ bf দেখি তাইৰ খংঙো নুঠা নহয় ৷ কথাবোৰ ভাবি ভাবি তাই শুই আছে ৷ 20 মিনিট কেনৈকে যে পাৰ হৈ গল গমেই নাপালে ৷ মাজে মোৱাইল স্ক্ৰীন খনো ছাই আছে ৷ কিজানি সি sorry কয় য়েই ৷ ৰুমতো নিশব্দতাত ডুবি আছে ঘডীটোৰ টিক্ টিক্ শব্দটোৰ সৈতে মনৰ উৎকন্ঠাও বাঢিবলৈ ধৰিলে ৷ সচাকৈয়ে বেয়া পালে নে অনু ই ৷ এহ না নাপায় বেয়া ৷ দিবই অলপ পিছত হলেও মেছেজ ৷ চাওতে চাওতে তাইৰ টোপনি আহি গল …
গধুলিৰ সময় …সাৰ পাইয়েই আকৌ মোৱাইলটো চালে ৷ নাই একো নাই ৷ তাইৰ সচাকৈয়ে বেয়া লাগিব ধৰিলে ৷ সচাকৈয়ে অনুই দুখ পালে নে ৷ তাই ৰব নোৱাৰি দিলেই মেছেজ
–মই এতিয়াও তোমাক বেয়া পাই আছো ৷ (প্লিজ ভগবান ৰিপ্লাই দিয়ে যেন প্লিজজজজ)
–হুমম!
–কি হুমম সচাকৈয়ে পাইছো ৷
–ময়ো
–কিয় ?
–এনেয়ে
–মই ভাল নাপাও বুলি কোৱাই ন ৷ প্লিজ trust me অনু তোমাক বহুত ভাল পাও ও
৷
–হুমম ৷
–কি হুমমম ও কোৱা না কিবা
ৰিপ্লাইলৈ বাট নাছাই তাই ফোন কৰিলে ৷
–কি হল ফোন কৰিলা যে
–তোমাক এৰি থাকিব নোৱাৰো ও ৷ উচুপি উঠিল তাই
–পাগলী কান্দিছ কিয় ৷
— (মৌন)
–ঐ কি হল ও ৷ প্লিজ প্লিজ মোৰ শপত নাকান্দিবা ও ৷
–(মৌন)
–মই কি কৰিছো কোৱা না৷ হুহ (হুমুনিয়াহ কাঢি সি কলে৷ তাৰ মাতটো কন্দাৰ আগ মুহুৰৰদৰে হৈ পৰিল )
–একো কৰা নাই তুমি ৷ মইহে… আজিৰপৰা কেতিয়াও তোমাক দুখ নিদিও শপত শপত শপত ৷ যি কোৱা সকলো শুনিম ৷ প্লিজ তুমি তেনেকৈ থাকিলে মোৰ বেয়া লাগে অ’
৷
–মোৰ বেয়া নালাগে নেকি তুমি কান্দিলে? মইও তোমাক ভাল পাও পোৱালি ৷ i lov u তৰা ৷ মই আজিৰ দিনটো একোতেই মন বহা নাই জানানে তুমি সুখী হলেই মই বুহত সুখী হৈ পৰো মনত দুখ থাকিলেও ৷তুমি তেনেকৈ থাকিলে কেনেকৈ সুখী হও কোৱানা ৷
–জানো মই তুমি যে মোক বহুত ভালপোৱা ৷ বহুত বহুত মৰম কৰা ৷ খং উঠিলে যে কৈ দিও কিবা কিবি ৷
–ময়ো ভালপাও তোমাক ৷ i lovvv u so much … এতিয়া মই কৰবাত যাও পিছত কথা পাতিম
–উমম সোনকালে আহিবা নহলে মই বেয়া পাম ৷
–বেয়া পাবা
–he he নাপাও কাৰন তুমি সোনকালেই আহিবা কাৰন তোমাৰ তৰাজনীয়ে তোমালৈ ৰৈ
থাকিব ৷
–আহিম দিয়া সোনকালে ৷ byy.
–by
এফালে বেলিটোৱে জোনাক নমাৰ ইংগিত দিলে ৷ আনফালে তাইৰ ওঠত হাহি বিৰিঙি উঠিল ৷ কাষৰ ৰুমটোত চলি থকা টিভিটোত বাজি উঠিল “Hum tere bin ab reh nahi sakte Tere bina kya wajood mera “
(শ্বেয়াৰ কৰিব পাৰে)
-স্বপ্ননীল আকাশ
Assamese Love Story No 3 Best Assamese Love Story
ইশান্ত আৰু জুৰি পাৰকত বহি আছে ৷
— ইশান, তুমি মোক ভাল নোপোৱা ন ‘
–একেটা প্ৰশ্নই কিমানবাৰ সুধি থাকা :-
–মোৰ তেনে ভাব হয় ৷
–ভাল কথা
–বেয়া পাইছা ইশান
–হুমম ৷
–ভাল লাগে যে তুমি ভাল পাও বুলি কলে ৷ সেয়েহে সোধো মই ৷
জুৰিয়ে তাইৰ হাতখন ইশান্তৰ হাতৰ ওপৰত থলে ৷ জুৰিৰ মৰমৰ মাতত ইশান্তৰ উঠি অহা খং খিনি কৰবাত লুকাই গল ৷ ইশান্তই
পকেটত হাত ভৰালে ৷ আৰু এটকীয়া মুদ্ৰা এটা উলিয়াই কলে এতিয়াই পৰীক্ষা কৰা যাওক কোনে কাক ভাল পায় ৷
জুৰিয়ে ভয় খাই কলে যদিহে ওলোটা হয় তেতিয়া –তেনে কেতিয়াও নহয় …মুদ্ৰাটো বেন্সখনত ঘুৰাই ইশান্তই জু ৰ মুখলৈ চালে আৰু মিচিকি হাহি মাৰিলে
–জু যদি head পৰে মই তোমাৰ আৰু tail পৰিলে তুমি মোৰ ৷
জুৰিৰ ম্লান পৰা মুখত আকৌ হাহি বিৰিঙি উঠিল ৷ মুদ্ৰাটো বেন্সত চক চক চক ঘুৰি থাকিল
-স্বপ্ননীল আকাশ
Join The Community
Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋