ঘৰ এখনত বোৱাৰীক লক্ষীৰ স্থান দিয়া হয় ৷ কিন্তু আজিকালি শাহুৱেকে বোৱাৰীকৰ কাজিয়াই সেয়া সলনি কৰি দিছে৷ আহকচোন জানো  Hahu Bowarir Majot Kio Hoi Kajia

লৰাটোক লৈ হয় কাজিয়া

বহু ক্ষেত্ৰত শাহু বোৱাৰীৰ কাজিয়াৰ কাৰণ লৰাটোক লৈ হয়৷ মাকে ভাবে বিয়াৰ পিছত লৰাটো সলনি হৈ গল আৰু এতিয়া সি পত্নী আৰু ঘৰৰ কথাহে ভাবে৷সেই ভাবি শাহুৱেকে বোৱাৰীক কথা শুনাবলৈ আৰম্ভ কৰে আৰু লৰাটোক বোৱাৰীকৰ বিৰুদ্ধে লগায় ৷ এনে পৰিস্তিতিত বোৱাৰীএ নিজৰ গিৰিয়েকক বুজাব লাগে যে তেও কথাবোৰ বুজা উচিত ৷

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

ঘৰৰ কাম কৰাক লৈ 

আজিৰ সময়ত ৮০% ছোৱালীয়ে কাম কৰে আৰু বিয়াৰ পিছতো কাম কৰি নিজকে ব্যস্ত ৰাখিব খোজে ৷ বিয়াৰ পিছত ১মে তাত কোনো প্ৰভাব নপৰে ৷ কিন্তু যদি অফিচ যোৱা সময়ত বা ঘৰ গৈ পাকঘৰত শাহুৱেকক সহায় নকৰে তেতিয়াতো কাজিয়া হোৱা স্বাভাবিক ৷সময় থাকোতেই এয়া থিক কৰা ভাল৷

প্ৰায়ে মাকৰ ঘৰলৈ যোৱা 

শাহুৱেকে নিজৰ বোৱাৰীক যিমানেই মৰম নকৰক,নিজৰ বোৱাৰীয়ে বাৰে বাৰে মাকৰ ঘৰলৈ যোৱাটো কেতিয়াও পচন্দ নকৰে৷ যদিওবা শাহুৱেকে নিজৰ বোৱাৰীক চিধা চিধিকৈ একো নকলেও তেওৰ কথাত সেয়া বুজি পোৱা যায় ৷

আনৰ সৈতে তুলনা কৰা 

কাম কৰা মহিলাসকলে প্ৰায়ে অফিচত নিজৰ শাহুৱেকক আনৰ সৈতে তুলনা কৰে৷তেওলোকে ভাবে ঘৰত সন্মান নিদিয়ে আৰু সেই বিৰক্তি ঘৰৰ সদস্যৰ ওপৰত বাহিৰ কৰে 

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *