Greetings, dear friends! If you are looking for sad love statuses in Assamese, this is the best place for you. Here, you’ll discover the best WhatsApp statuses in Assamese , along with heart-touching Assamese quotes, Bewafa statuses, Sad Love Shayari, and much more reflecting the essence of Assamese life for both WhatsApp and Facebook.These are all fresh for the new year, so feel free to read and share them within your social circles.
If you have any inquiries or thoughts to share, don’t hesitate to drop a comment below.
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
Assamese status No 1
প্ৰিয় মানুহজনে এৰি থৈ গলেও ইমান কষ্ট নহয়, যিমান কষ্ট আপোন মানুহজন সলনি হলে হয়।
Assamese WhatsApp status No 2
কাজিয়াৰ পিছতো ৯৫ শতাংশ সম্পৰ্ক ভাঙি নহলহেঁতেন যদি তাৰ মাজত কোনো তৃতীয় পক্ষৰ প্ৰৱেশ নঘটিলহেতেন
প্ৰক্টিকেল হবলৈ নিশিকিলো সেয়েইতো অলপ কথাতে কান্দি দিওঁ
Very Sad Quotes In Assamese
অতৃপ্ত পৃথিৱীত আজি যিমান আয়োজন তাৰে আধা মিছা মায়া আধা প্ৰয়োজন।
Assamese love status No 5
বৰষুণৰ দিনবোৰত তোমালৈ মনত পেলাম আৰু অকলে তিতিম।
বাৰে বাৰে তুমি বিশ্বাস ভাঙি শিকাই দিছা কিদৰে অবিশ্বাস কৰা হয়
জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে। খুৱ ভাল লাগে। কিন্তু দ্ৰুতভাবে হেৰাই যায়।
Sad Love Quotes In Assamese Language
দেউতা নামৰ বট গছডালৰ ছাঁ যিজনৰ মুৰৰ ওপৰত নাই তেঁওহে বুজে ৰ’দৰ উত্তাপ কিমান প্ৰখৰ।
যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সেইদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা ।
Assamese sad quotes with pictures
এই পৃথিৱীখনত ক্ষমতাশালী মানুহবোৰৰ মৰণ নহয়, মৰণ মাথোঁ জীৱনৰ সৈতে সংগ্ৰাম কৰি জীয়াই থকা বোৰৰ।
Friendship Sad Quotes in Assamese
এদিন ভাবিছিলোঁ, এই গধুৰ বোজাবোৰৰ পৰা কেতিয়া পৰিত্ৰাণ পাম, আজি বুজি পাইছোঁ, গধুৰ বুলি ভবা সেই বোজাবোৰ আছিল আজিৰ বোৰতকৈ বহুত পাতল।
Sad quotes on love assamese
প্ৰথম উশাহটো দেউতাকৰ ঘৰত আৰু শেষৰটো নিশ্বাস স্বামীৰ ঘৰত লবলগীয়া হয়,ছোৱালীৰ জীৱনটো কি অদ্ভুত নহয়নে?
কাৰো আশাক হত্যা নকৰিব,কি থিক , হয়তো সেই আশাই আছিল তেওঁৰ শেষ সম্বল।
Love sad status in Assamese
তুমি জানানে, ছাতি আৰু মোৰ মাজৰ সম্পৰ্কটো কি? আমাক দুয়োকে মানুহে প্ৰয়োজনৰ সময়তহে ব্যৱহাৰ কৰে।
Sad love status in Assamese
ইমানখিনি নাটক কৰাৰ কি প্ৰয়োজন আছিল কবতো পাৰিলাহেতেনে তুমি পুৰণি হৈ গৈছা
Sad quotes on life in Assamese | Assamese sad status quotes
কি আজব দুনীয়া,মন্দিৰ মছজিদত আমি ভগৱান- আল্লাৰ ওচৰত ভিক্ষা মাগিবলৈ যাওঁ ।অথচ বাহিৰত আমাৰ পৰা ভিক্ষা খোজা ভিক্ষাৰীজনক ঘুৰিয়েই নাচাও।
হস্পিতালৰ বিছনাখনো একোটা জীৱন্ত ডায়েৰী। প্ৰতিখন বিচনাই সাঁচি ৰাখে অলেখ কাহিনী।
হাঁহি, কান্দোন, সমাপ্তি, আৰম্ভ।
খুব কষ্ট হয় তেতিয়া,যেতিয়া কোনো ভূল নকৰিলেও মই তোমাক ১মে sorry কৈ দিওঁ, একমাত্ৰ আমাৰ সম্পৰ্কটোক জীয়াই ৰখাৰ বাবে।
যাৰ মন নাই,যাৰ মন বুজাৰ ক্ষমতা নাই,কিন্তু দুৰ্ভাগ্যৰ বিষয়টো হল এই মনটো বাৰে বাৰে তেওঁৰ কাষলৈ গুচি যায়।
Sad whatsapp status in assamese
মই সকলোৰে মন ভালে ৰখাৰ চেষ্টা কৰোঁ, কিন্তু, সকলোৱে পাহৰি যায় মোৰো যে এটা মন আছে।
সকলোৰে ভালপোৱা সফল নহয়, কিছুমানৰ ভালপোৱা ধৰ্ষিত হয় এখন নতুন ঘৰতে বৈধ ভাৱে।
Sad Status Images in Assamese
আমি মধ্যবিত্ত,নিজৰ সপোনটো ভাঙি, আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰেই পাৰ হয় আমাৰ জীৱন।
ক’লা ছোৱালীৰ প্ৰশংসা সকলোৱে কৰে, ক’লা ছোৱালী এজনীৰ জীৱন সংগী হবলৈ কোনোৱে নিবিচাৰে।
True Sad Status in assamese
Care সকলোৱে কৰে, কোনোবাই take care আৰু কোনোবাই don’t care …
এই পৃথিৱীত মুখতকৈও মুখাৰ সংখ্যা বেছি।
তেওঁ এৰি যোৱা সময়ত এবাৰো নাভাবিলে, কিয়নো যিজনৰ কাষত বহুজন থাকে, তেওঁ এজনক হেৰোওৱা দুখ কি বুজিব!!
প্ৰতিবছৰে আমি নিজৰ মৃত্যুবাৰ্ষিকী পালন কৰো, মাত্ৰ সেই দিনটো কোনদিনা সেইয়াহে নাজানো।
“একো চিন্তা নকৰিবা, মই আছোঁটো”বুলি কোৱা মানুহজনৰো আজিকালি সময়ত খবৰ নোহোৱা হল।
যেতিয়া কোনোবা অসহায় হৈ পৰে,গোটেই পৃথিৱীখনেই স্বাৰ্থপৰ হৈ যায়।
আমাৰ জীৱনটো এটা জ্বলি থকা লাইটৰ দৰে, কেতিয়া ফিউজ যায় কোনোৱে কব নোৱাৰে।
জীৱনত কিছু অধ্যায় থাকে, কিছু অধ্যায় ৰঙীন, আকৌ কিছু অধ্যায় ক’লা বগা দেৱালত বন্দী।
Sad relationship status in assamese | Love Status In Assamese
সকলো একেদৰে থাকি গ’ল বাঢ়ি গল মাথোঁ দূৰত্ব
Join The Community
Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋
Sad