সৰুৰে পৰাই টিভিত বহু কেইখন “মহাভাৰত Mahabharat ” চাইছোঁ । তাৰ ভিতৰত Star Plus ত দিয়া Swastik Production প্ৰডাকচনৰ “মহাভাৰত” খন বিশেষ ভাৱে ভাল পাওঁ ইয়াৰ সংলাপ সমূহ Mahabharat Quotes Images বাবে । এতিয়া লৈকে দিয়া খণ্ড সমূহৰ মোৰ ভাল লগা কেইটিমান সংলাপৰ শাৰী আগবঢ়ালোঁ । পঢ়ি চাব চোন ।

Mahabharata Quotes In Assamese

Mahabharata Quotes In Assamese|Religious Quote

৩) শুকান মৰুভুমিক জীপাল কৰিবলৈ কেৱল দুচপৰা ডাৱৰেই যথেষ্ট নহয়, তাৰ বাবে নদীও বোৱাব পাৰিব লাগিব ।

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

assamese tv serial quotes | Mahabharat Quote

৭) যি সন্মান আনক কষ্ট দি ৰক্ষা কৰিব লাগে, সেয়া সন্মান নহয় অহংকাৰ হে ।Table of Contents

Mahabharata In Assamese| Religious Quote

৯) নিয়তিক নিমন্ত্ৰণ দিব নালাগে ।

Mahabharat Saying In Assamese | Assmaese mahabharat photo

২) আকাশত মেঘ থাকিলেই যে বৰষুণ পৃথিৱীত পৰিব তেনে নহয়, মেঘকতো বতাহেও আঁতৰাব পাৰে । অধিকাৰো ঠিক তেনেকুৱাই । সেইবাবে সময়ৰ পূৰ্বে অধিকাৰৰ প্ৰদৰ্শন নকৰাই ভাল ।

Good Assamese quote| hindu religious quote

১) মাটিৰ পাত্ৰত যদি ঘিঁউ ৰখা হয়, তেন্তে পাত্ৰই সেয়া শুহি লয়, সেই পাত্ৰও কাৰো কামত নাহে আৰু ঘিঁউ খিনিও ।

Hindu God Quote | mahabharat Assamese photo

৪) সোণৰ পাত্ৰত ভোজন খাব পাৰি, কিন্তু ভোজন তৈয়াৰ কৰিব নোৱাৰি ।

Best Assamese quote | motivational Assamese Quote

৫) অসমৰ্থ লোকে প্ৰতিজ্ঞা কৰাত সদায়েই আগত থাকে ।

Best Assamese quote | motivational Assamese Quote

৬) হাতৰ তলুৱাত শস্য গজাব নোৱাৰি ।

Mahabharat Episode In Assamese | Hindu dharma quote

৮) ধৰ্মৰ পথত চলা মানুহৰ লগতে আটাইতকৈ বেছি অধৰ্ম কৰিব পৰা যায় ।

Assamese+Tv+Serial+Quote1

১০) নদীক ভেটিবলৈ চেষ্টা কৰা পাহাৰ সদায় খহিয়েই পৰে, নদীত অধিকাৰ কেৱল সাগৰৰ হে থাকে ।

Written by – কৌশিক নন্দন বৰা

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *