ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা অসমৰ ৰাজ্যপালসকল
Assam Rajyopal List: List of Governor of Assam Till 2024| অসমৰ আটাইবোৰ ৰাজ্যপালৰ তালিকা
- ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী -১৫ আগষ্ট ১৯৪৭-২৮ ডিচেম্বৰ ১৯৪৮
- ৰ’নাল্ড্ ফ্ৰান্সিছ ল’ড্জ্ -৩০ ডিচেম্বৰ ১৯৪৮–১৬ ফেব্ৰুৱাৰী ১৯৪৯
- শ্ৰী প্ৰকাশা -১৬ ফেব্ৰুৱাৰী ১৯৪৯-২৭ মে’ ১৯৫০
- জয়ৰাম দাস দৌলতৰাম -২৭ মে’ ১৯৫০-১৫ মে’ ১৯৫৬
- ছৈয়দ ফজল আলি -১৫ মে’ ১৯৫৬-২২ আগষ্ট ১৯৫৯
- চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহা -২৩ আগষ্ট ১৯৫৯–১৪ অক্টোবৰ ১৯৫৯
- জেনেৰেল (অৱসৰপ্ৰাপ্ত) সত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ – ১৪ অক্টোবৰ ১৯৫৯–১২ নবেম্বৰ ১৯৬০, প্ৰথম বাৰ
- বিষ্ণু সাহায় আই চি এছ (অৱসৰপ্ৰাপ্ত), ১২ নবেম্বৰ ১৯৬০–১৩ জানুৱাৰী ১৯৬১, প্ৰথম বাৰ
- জেনেৰেল (অৱসৰপ্ৰাপ্ত) সত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ -১৩ জানুৱাৰী ১৯৬১–৭ ছেপ্টেম্বৰ ১৯৬২, দ্বিতীয় বাৰ
- বিষ্ণু সাহায় আই চি এছ (অৱসৰপ্ৰাপ্ত), ৭ ছেপ্টেম্বৰ ১৯৬২-১৭ এপ্ৰিল ১৯৬৮, দ্বিতীয় বাৰ
- ব্ৰজ্ কুমাৰ নেহৰু আই চি এছ (অৱসৰপ্ৰাপ্ত), ১৭ এপ্ৰিল ১৯৬৮–১৯ ছেপ্টেম্বৰ ১৯৭৩
- ন্যায়াধীশ পি. কে. গোস্বামী ৮ ডিচেম্বৰ ১৯৭০–৪ জানুৱাৰী ১৯৭১, নেহৰুৰ স্থানত কাৰ্যবাহী
- লাল্লান প্ৰসাদি সিং আই চি এছ (অৱসৰপ্ৰাপ্ত), ১৯ ছেপ্টেম্বৰ ১৯৭৩–১০ আগষ্ট ১৯৮১
- প্ৰকাশ চন্দ্ৰ মেহৰ’ত্ৰা ১০ আগষ্ট ১৯৮১–২৮ মাৰ্চ ১৯৮৪
- ন্যায়াধীশ টি. এছ্. মিশ্ৰ ২৮ মাৰ্চ ১৯৮৪–১৫ এপ্ৰিল ১৯৮৪
- ভীষ্ম নাৰায়ন সিং ১৫ এপ্ৰিল ১৯৮৪–১০ মে’ ১৯৮৯
- হৰিদেউ জোশী ১০ মে’ ১৯৮৯–২১ জুলাই ১৯৮৯
- ন্যায়াধীশ অনিছেত্তী ৰঘূৱীৰ ২১ জুলাই ১৯৮৯–২ মে’ ১৯৯০
- ন্যায়াধীশ দেৱী দাস ঠাকুৰ ২ মে’ ১৯৯০–১৭ মাৰ্চ ১৯৯১
- লোকনাথ মিশ্ৰ ১৭ মাৰ্চ ১৯৯১–১ ছেপ্টেম্বৰ ১৯৯৭
- লেফটেনেন্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) শ্ৰীনিবাস কুমাৰ সিনহা PVSM, ১ ছেপ্টেম্বৰ ১৯৯৭-২১ এপ্ৰিল ২০০৩
- অৰৱিন্দ্ দাৱে আই পি এছ্ (অৱসৰপ্ৰাপ্ত), ২১ এপ্ৰিল ২০০৩–৫ জুন ২০০৩
- লেফটেনেন্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) অজয় সিং – ৫ জুন ২০০৩–৪ জুলাই ২০০৮
- শিৱ চৰণ মাথুৰ – ৪ জুলাই ২০০৮—২৫ জুন ২০০৯
- কে শংকৰনাৰায়ণন -২৬ জুন্ ২০০৯–২৭ জুলাই ২০০৯
- ছৈয়দ ছিবটে ৰাযি ২৭ জুলাই ২০০৯ – ১০ নবেম্বৰ ২০০৯
- জানকী বল্লভ পাটনায়ক -১১ নবেম্বৰ ২০০৯ – ১১ ডিচেম্বৰ ২০১৪
- পদ্মনাভন বালকৃষ্ণ আচাৰ্য্য ১২ ডিচেম্বৰ ২০১৪ – ১৭ আগষ্ট ২০১৬
- বানৱাৰীলাল পুৰোহিত – ২২ আগষ্ট ২০১৬ – ৩০ ছেপ্টেম্বৰ ২০১৭
- জগদীশ মুখী – ৩০ ছেপ্টেম্বৰ ২০১৭ – 19.February 2023
- Shi Gulab Chand Kataria – 22 February 2023
যুগুতালে
Chandan Hazarika
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
Join The Community
Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋
Good information thank you