প্ৰিয় বন্ধুসকল কেনে আছে। আহকচোন আজি আমি কেইটামান জীৱন বিষয়ক QUOTE আপোনালৈ আগবঢ়াও। এই  Life Quote Assamese বোৰ Jonakaxom নামৰ Popular Facebook Assamese Page পেজত পোষ্ট কৰা হৈছে। প্ৰায়ে আমি আমাৰ জীৱনত ঘটি যোৱা বিভিন্ন ধৰণৰ অভিজ্ঞতা সুখ দুখৰ সমাহাৰেৰে মিশ্ৰিত নানান কথাবোৰ ইয়াৰ জৰিয়তে ডাঙি ধৰো। আপুনি যদি আমাৰ এই ২ লাখ পঢ়ুৱৈ সমৃদ্ধ popular Assamese website টোত আপোনাৰ লিখাও post কৰিব খোজে মেছেজ কৰিবচোন। আহক এতিয়া আমি Assamese Quote কেইটালৈ আহো

Life Quotes In Assamese Language | Assamese Quote About life

নিজৰ দুখ কষ্টবােৰ সকলােকে কৈ ফুৰিব নালাগে, কিয়নাে সকলােৰে ঘৰত মলম নহলেও নিমখ কিন্তু প্রতিঘৰতেই থাকে

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

life quotes in assamese language assamese quote about life 2

ভুলবােৰেই মনত ভ্ৰমৰ উৎপত্তি কৰে .. এবাৰ ট্ৰেইনত টিকেটবিহীন যাত্ৰা কৰি চাওক, ডবাটোত উঠা বাদাম বেপাৰীজনকো টিটি যেন লাগিব

life quotes in assamese language assamese quote about life

মানুহবােৰাে কি আচৰিত!! যাক ভাল পায় তেওঁৰ বেয়াখিনি নেদেখে যাক ঘৃণা কৰে তেওঁৰ ভালখিনি নেদেখে

এজন বিশেষ ব্যক্তিয়ে কৈছিল, যেতিয়ালৈ আমাৰ দেশত কিতাপবােৰ ফুটপাথত বিক্রী হব। আৰু জোতাবােৰ শ্বোৰুমত
সজাই থােৱা হব বুজিবআচলতে মানুহক জ্ঞানৰ নহয় জোতাৰ হে বেছি  প্রয়ােজন।

এতিয়া জীয়াই আছো বাবেইতো মানুহে মোক নাচায়, যিদিনা মৰিম কাপোৰ আঁতৰাই মোক চোৱা মানুহৰ ভিৰ লাগিব।

life quotes in assamese language assamese quote about life 1

Join The Community

Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Leave a Reply

Your email address will not be published. Required fields are marked *