প্ৰশ্ন ১) কোনটো প্ৰাণীক ‘মৰুভূমিৰ জাহাজ’ বুলি কোৱা হয় ?

উত্তৰ= উট

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

প্ৰশ্ন ২)পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন?

উত্তৰ=নীল

প্ৰশ্ন ৩) কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়?

উত্তৰ=মঙ্গল গ্ৰহ

প্ৰশ্ন ৪)চন্দ্ৰত খোজ কঢ়া প্ৰথম ব্যক্তি কোন আছিল?

উত্তৰ=নীল আৰ্মষ্ট্ৰং

প্ৰশ্ন ৫) পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি?

উত্তৰ= নাইট্ৰজেন  

প্ৰশ্ন ৬) অসমৰ ভিতৰত  মাটিকালিৰে বৃহৎ জিলাখনৰ নাম কি?

উত্তৰ= কাৰ্বি আংলং

প্ৰশ্ন ৭) প্ৰথম অসমীয়া শিশু আলোচনী খনৰ নাম কি ?

উত্তৰ= লৰাবন্ধু 

প্ৰশ্ন ৮) বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি ?

উত্তৰ= দ্ৰৌপদী মূৰ্মু 

প্ৰশ্ন ৯) স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি ?

উত্তৰ= ড’ ৰাজেন্দ্ৰ প্ৰসাদ

প্ৰশ্ন ১০)  বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকীৰ নাম কি ?

উত্তৰ= গুলাব চান্দ কটাৰিয়া

প্ৰশ্ন ১১) বৰ্তমান অসমৰ মুঠ  জিলা কেইখন ?

উত্তৰ= ৩৫

প্ৰশ্ন ১২) অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে ?

উত্তৰ=৭

প্ৰশ্ন ১৩) ভাৰতত মুঠ কিমানখন ৰাজ্য আছে ?

উত্তৰ=২৮

প্ৰশ্ন ১৪) পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি ?

উত্তৰ=উমানন্দ

প্ৰশ্ন ১৫) সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত গৰম গ্ৰহ কোনটো ?

উত্তৰ= শুক্ৰ

প্ৰশ্ন ১৬) অসমীয়া চুটি গল্পৰ পিতৃ স্বৰূপ কোন ?

উত্তৰ= লক্ষ্মীনাথ বেজবৰুৱা

প্ৰশ্ন ১৭) অসমৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰ=চৈয়দা আনোৱাৰা টাইমুৰ

প্ৰশ্ন ১৮) আহোমসকলে অসমলৈ কেতিয়া আহিছিল ?

উত্তৰ=১২২৮ চনত ।

প্ৰশ্ন ১৯)প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল ?

উত্তৰ= ফখৰুদ্দিন আলী  আহমেদ ।

প্ৰশ্ন ২০) প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা কোন আছিল ? 

উত্তৰ= জ্যোতিপ্ৰসাদ আগৰৱালা ।

প্ৰশ্ন ২১) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন  আছিল?

উত্তৰ= মাধৱদেৱ 

প্ৰশ্ন ২২)অসমৰ প্ৰথমটো তেল শোধানাগাৰ কেতিয়া ক’ত স্থাপিত কৰা হৈছিল ?   

উত্তৰ=১৯০১ চনত ডিগবৈত ।

প্ৰশ্ন ২৩) কোনটো গ্ৰহক পৃথিৱীৰ যমজ বোলে  ?

উত্তৰ= শুক্ৰ

প্ৰশ্ন ২৪)মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথম ব্যক্তি ?

উত্তৰ=ৰাকেশ শৰ্মা

প্ৰশ্ন ২৫) স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?

উত্তৰঃ ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী  l

প্ৰশ্ন ২৬ ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

উত্তৰ= এশিঙীয়া গঁড়ৰ বাবে

প্ৰশ্ন ২৭)মিছাইল মানৱ নামেৰে কাক জনা যায় ?

উত্তৰ=এ পি জে আব্দুল কালামক

প্ৰশ্ন ২৮) পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় কিমান শতাংশ পানীয়ে আগুৰি আছে ?

উত্তৰ=৭১% 

প্ৰশ্ন ২৯)সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ? 

উত্তৰ=বৃহস্পতি।

প্ৰশ্ন ৩০) তাজমহল কত অৱস্থিত ?

উত্তৰ= ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ।

প্ৰশ্ন ৩১) অসমৰ ৰাজ্যিক গছ কি ?

উত্তৰ= হোলোং গছ 

প্ৰশ্ন ৩২) অসমৰ মুঠ মাটিকালি কিমান ?

উত্তৰ= ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ 

প্ৰশ্ন ৩৩) বিশ্বৰ বৃহত্তম চৰাই কোনবিধ ?

উত্তৰ= উটপক্ষী

প্ৰশ্ন ৩৪) বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি ? 

উত্তৰ= ধনুৰ্বিদ্যা বা আৰ্চাৰি

প্ৰশ্ন ৩৫) মহাকাশলৈ যোৱা বিশ্বৰ প্ৰথমজন মানুহ কোন ?

উত্তৰ= য়ুৰি গেগেৰিন 

প্ৰশ্ন ৩৬) শৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল ?

উত্তৰ= ১৯৬২ চনত 

প্ৰশ্ন ৩৭) সৰ্থেবাৰী কিয় বিখ্যাত?

উত্তৰ=কাঁহ- পিতলৰ উদ্যোগৰ বাবে 

প্ৰশ্ন ৩৮) স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰ=গোপীনাথ বৰদলৈ 

প্ৰশ্ন ৩৯) অসমত আহোমে কিমান বছৰ ৰাজত্ব কৰিছিল ?

উত্তৰ=প্ৰায় ৬০০ বছৰ 

প্ৰশ্ন ৪০) মেঘালয়ৰ ৰাজধানী কি ?

উত্তৰ= ছিলং 

প্ৰশ্ন ৪১) ব’হাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে?

উত্তৰ= অসমীয়া নৱবৰ্ষ।

প্ৰশ্ন ৪২) শুৱালকুছি কিহৰ বাবে বিখ্যাত?

উত্তৰ=পাট আৰ মুগাৰ বাবে বিখ্যাত।

প্ৰশ্ন ৪৩) প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ অভিনেত্ৰী কোন আছিল?

উত্তৰ=আইদেউ সন্দিকৈ।

প্ৰশ্ন ৪৪) পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি?

 উত্তৰ=এটা_(চন্দ্ৰ)

প্ৰশ্ন ৪৫) সূর্য্যৰ পোহৰত কি ভিটামিন থাকে?

উত্তৰ= D

প্ৰশ্ন ৪৬) শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল?

উত্তৰ= লাচিত বৰফুকন 

প্ৰশ্ন ৪৭) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি ?

উত্তৰ= পণ্ডিত জৱাহৰলাল নেহৰু 

প্ৰশ্ন ৪৮) বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন ?

উত্তৰ= এছিয়া

প্ৰশ্ন ৪৯) বিশ্বৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ কোনখন ?

 উত্তৰ= এন্টার্কটিকা 

প্ৰশ্ন ৫০) আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন ?

উত্তৰ=  প্ৰশান্ত মহাসাগৰ 

প্ৰশ্ন ৫১)আটাইতকৈ দ মহাসাগৰ কোনখন ?

উত্তৰ= প্ৰশান্ত মহাসাগৰ 

প্ৰশ্ন ৫২) বিশ্বৰ ভিতৰত আটাইতকৈ  দীঘল নদী কোনখন ?

উত্তৰ= নীল নদী (৬,৬৫০ কি.মি)

প্ৰশ্ন ৫৩) বিশ্বৰ ভিতৰত আটাইতকৈ  বহল নদী কোনখন ?

উত্তৰ= আমাজান

প্ৰশ্ন ৫৪) বিশ্বৰ ভিতৰত আটাইতকৈ  ডাঙৰ  মৰুভূমি কোনখন ?

 উত্তৰ= চাহাৰা

প্ৰশ্ন ৫৫) বিশ্বৰ ভিতৰত আটাইতকৈ  ওখ শৃংগ কি?

উত্তৰ= মাউন্ট এভাৰেষ্ট

প্ৰশ্ন ৫৬)বিশ্বৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই কি ?

উত্তৰ= মৌচিনৰাম (মেঘালয়)

প্ৰশ্ন ৫৭) আটাইতকৈ ধুনীয়া গ্রহ কোনটো ?

উত্তৰ= শনি

প্ৰশ্ন ৫৮)  কেঁচুৱে কিহেৰে উশাহ নিশাহ লয় ?

উত্তৰ= ছালেৰে

প্ৰশ্ন ৫৯) পৃথিৱীৰ আটাইতকৈ সৰু চৰাই বিধৰ নাম কি?

 উত্তৰ= হামিং বার্ড ৷

প্ৰশ্ন ৬০) পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ তৃনজাতীয় উদ্ভিদবিধ কি ?

উত্তৰ= বাঁহ ৷

প্ৰশ্ন ৬১) এৰো প্লেন কোনে আবিষ্কাৰ কৰিছিল ?

উত্তৰ= ৰাইট ভাতৃদ্বয়ে ৷

প্ৰশ্ন ৬২) ৰামায়ন কোনে ৰচনা কৰিছিল ?

উত্তৰ= বাল্মীকি মুনি 

প্ৰশ্ন ৬৩) মহাভাৰত কোনে ৰচনা কৰিছিল ?

উত্তৰ=মহর্ষি বেদব্যাস 

প্ৰশ্ন ৬৪) কীর্তন ঘোষা কোনে ৰচনা কৰিছিল ?

 উত্তৰ= শ্রী মন্ত শংকৰদেৱ

প্ৰশ্ন ৬৫) ভূটানৰ ৰাষ্ট্ৰীয় খেল কি  ?

উত্তৰ= আৰ্চাৰী 

প্ৰশ্ন ৬৭) নামঘোষা কোনে ৰচনা কৰিছিল ?

উত্তৰ=  শ্রী শ্রী মাধৱদেৱ

প্ৰশ্ন ৬৮) বর্তমান অসমৰ শিক্ষামন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ=ৰণোজ পেগু

প্ৰশ্ন ৬৯) অসমত প্রথমখন চাহ বাগিছা কেতিয়া স্থাপন হৈছিল ?

 উত্তৰ= ১৮৩৭ চনত 

প্ৰশ্ন ৭০) অসমৰ ৰাজ্যিক পক্ষী কি?

উত্তৰ= দেও হাঁহ

প্ৰশ্ন ৭১) ঋতু কেইটা আৰু কি কি ?

উত্তৰ= ঋতু ৬ টা (গ্রীষ্ম / বর্ষা/ শৰৎ / হেমন্ত / শীত /বসন্ত )

প্ৰশ্ন ৭২) ৰামধেনুৰ ৰং কেইটা আৰু কি কি ?

উত্তৰ= ৭ টা ( বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা)  বেঘনীসেহাসুৰ 

প্ৰশ্ন ৭৩) পৃথিৱী ধৰি মুঠ কেইটা গ্ৰহই সূৰ্যৰ চাৰিওফলে ঘূৰে ?

উত্তৰ= ৮ টা ( সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ – বুধ,শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন )

প্ৰশ্ন ৭৪) পৃথিৱীয়ে সূৰ্য চাৰিওফালে এপাক ঘুৰোঁতে কিমান সময় লাগে ?

উত্তৰ= ৩৬৫ দিন ৬ ঘন্টা ৷ 

প্ৰশ্ন ৭৫)অসমৰ প্রথম অসমীয়া ভাষাৰ সংবাদপত্ৰ তথা আলোচনীখনৰ নাম কি ?

 উত্তৰ= অৰুণোদই 

প্ৰশ্ন ৭৬) জুই নুমুৱাবলৈ কি গেছ ব্যবহাৰ কৰা হয়?

উত্তৰ=কাৰ্বন ডাই অক্সাইড

প্ৰশ্ন ৭৭)উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত  কি গেছ  গ্ৰহণ কৰে ?

 আৰু 

উত্তৰ= কাৰ্বন ডাই অক্সাইড (প্ৰাণীৰ দ্বাৰা নিৰ্গত হোৱা গেছসমূহ )

প্ৰশ্ন ৭৮) উদ্ভিদে বৰ্জিত দ্ৰব্য হিছাপে  কি গেছ এৰি দিয়ে ?

উত্তৰ=অক্সিজেন(ৰাতিৰ ভাগত)

প্ৰশ্ন ৭৯) স্বাধীন ভাৰতৰ প্রথম উপ-ৰাষ্ট্রপতি কোন ?

উত্তৰ= ড’ সর্বপল্লী ৰাধাকৃষ্ণণ 

প্ৰশ্ন ৮০) ভাৰতৰ প্রথম কৃত্রিম উপগ্রহটোৰ নাম কি ?

 উত্তৰ= আর্যভট্ট-১

প্ৰশ্ন ৮১) নীলাগ্রহ বুলি কোনটো গ্রহক কোৱা হয় ?

উত্তৰ= পৃথিৱী 

প্ৰশ্ন ৮২) ৰঙাগ্রহ বুলি কোনটো গ্রহক কোৱা হয় ?

উত্তৰ= মংগল গ্রহ

প্ৰশ্ন ৮৩)  আটাইতকৈ পুৰণি বেদখনৰ নাম কি?

উত্তৰ=ঋকবেদ

প্ৰশ্ন ৮৪)  বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোন খন ?

উত্তৰ=ভাৰত

প্ৰশ্ন ৮৫) শঙ্কৰদেৱ আৰু মাধৱদেৱে লিখা গীত সমূহ কি ভাষাত ৰচিত ?

 উত্তৰ=ব্ৰজাৱলী ভাষাত 

প্ৰশ্ন ৮৬) ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ ( গছ) কি ?

উত্তৰ= বট বৃক্ষ 

প্ৰশ্ন ৮৭) মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি ?

উত্তৰ= কুকুৰ( কুকুৰ টোৰ নাম – লাইকা )

প্ৰশ্ন ৮৯) উৰন্ত শিখ (The Flying Sikh) নামেৰেও কোন জনাজাত ?

উত্তৰ= মিলখা সিং 

প্ৰশ্ন ৯০) আধুনিক কম্পিউটাৰ জনক কোন ?

উত্তৰ=চাৰ্লছ পি. বেবেজ

প্ৰশ্ন ৯১) অৰণ্য মানৱ বুলি কাক জনা যায় ?

 উত্তৰ=যাদৱ পায়েং

প্ৰশ্ন ৯২) হিন্দু ধর্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান?

উত্তৰ= ১৮ খন 

প্ৰশ্ন ৯৩)কোন বিধ প্রাণী বহু বছৰ ধৰি জীয়াই থাকে ?

উত্তৰ= কাছ

প্ৰশ্ন ৯৪) প্রাথমিক ৰং কেইটা আৰু কি কি ?

উত্তৰ=তিনিটা ( ৰঙা, সেউজীয়া আৰু নীলা )

প্ৰশ্ন ৯৫)শক্তিৰ প্রধান উৎস কি? 

উত্তৰ=সূর্য

প্ৰশ্ন ৯৬) দবা খেলৰ উৎপত্তি ক’ত হৈছিল ?

 উত্তৰ=ভাৰতত

প্ৰশ্ন ৯৭) ক্ৰিকেট খেলৰ পৰিচালকক কি বোলে?

উত্তৰ=আম্পায়াৰ 

প্ৰশ্ন ৯৮)হকীৰ যাদুকৰ বুলি কাক কোৱা হয়?

উত্তৰ= ধ্যানচাঁদ

প্ৰশ্ন ৯৯) অলিম্পিক খেল কেই বছৰৰ মূৰে মূৰে পতা  হয় ?

উত্তৰ=৪ (চাৰি ) বছৰৰ মূৰত

প্ৰশ্ন ১০০) ফুটবল খেলৰ পৰিচালকক কি বোলে?

উত্তৰ=ৰেফাৰী ।

প্ৰশ্ন ১০১) আটাইতকৈ পাতল গেছ কোনটো ?

 উত্তৰ=হাইড্রজেন

প্ৰশ্ন ১০২) বৰ্তমান ভাৰতৰ মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা ?

উত্তৰ= ৮ টা 

প্ৰশ্ন ১০৩) পঞ্চ ইন্দ্রিয় কি কি ?

উত্তৰ= চকু ,  কাণ  , নাক,  জিভা আৰু ছাল 

প্ৰশ্ন ১০৪) ছয় ৰসৰ নাম কি কি ?

উত্তৰ= মিঠা, টেঙা , কেঁহা, লুনীয়া ,তিতা আৰু জলা

প্ৰশ্ন ১০৫) প্রথম অসমীয়া নাট্যকাৰ কোন?

উত্তৰ= শংকৰ দেৱ

প্ৰশ্ন ১০৬) আহোমৰ শ্রেষ্ঠ ৰজা কোন আছিল?

 উত্তৰ= ৰুদ্ৰসিংহ

প্ৰশ্ন ১০৭) কাবাডী খেলত প্রত্যেক দলত খেলুৱৈৰ সংখ্যা কিমান ?

উত্তৰ= ৭ জন 

প্ৰশ্ন ১০৮) ক্রিকেট খেলত প্রত্যেক দলত খেলুৱৈৰ সংখ্যা কিমান ?

উত্তৰ= ১১ জন

প্ৰশ্ন ১০৯) ভলীবল খেলত প্রত্যেক দলত খেলুৱৈৰ সংখ্যা কিমান ?

উত্তৰ=৬ জন

প্ৰশ্ন ১১০) ফুটবল খেলত প্রত্যেক দলত খেলুৱৈৰ সংখ্যা কিমান ?

উত্তৰ= ১১ জন

প্ৰশ্ন ১১১) হকী খেলত প্রত্যেক দলত খেলুৱৈৰ সংখ্যা কিমান ?

উত্তৰ=১১ জন

প্ৰশ্ন ১১২) খ্ৰীষ্টান ধৰ্মৰ ধৰ্মগ্ৰন্থ কি ?

উত্তৰ= বাইবেল 

প্ৰশ্ন ১১৩) কাগজ প্ৰথমে কত আৱিষ্কাৰ হৈছিল ?

উত্তৰ= চীন দেশত

প্ৰশ্ন ১১৪) শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন ?

উত্তৰ=গুৰু নানক দেৱ 

প্ৰশ্ন ১১৫) ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল  ?

উত্তৰ=১৮২৬

প্ৰশ্ন ১১৬) ভাৰতৰ লৌহ মানুহ বুলি কাক জনা যায়  ?

উত্তৰ= চৰ্দাৰ বল্লভভাই পেটেল

প্ৰশ্ন ১১৭) ভাৰতত শিক্ষক দিৱস কেতিয়া পালন কৰা হয়  ?

উত্তৰ= ৫ ছেপ্তেম্বৰ

প্ৰশ্ন ১১৮ )পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ প্ৰাকৃতিক আবাসভূমি –

উত্তৰ= অসম

প্ৰশ্ন ১১৯ ) ভাৰতৰত্ন গ্ৰহণ কৰা প্ৰথমজন মানৱ –

উত্তৰ=য়ুৰি গেগেৰিন

প্ৰশ্ন ১২০ ) বৰ্তমান আটাইতকৈ জনবহুল দেশ –

উত্তৰ= ভাৰত

প্ৰশ্ন ১২০ ) শ্ৰীলংকাৰ ৰাজধানী –

উত্তৰ= কলম্বো

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *