ক্রিয়া-কলাপ পাঠভিত্তিক ১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

উত্তৰ: লাচিত বৰফুকন।

উত্তৰ: মোগল সেনা।

উত্তৰ: মোগল সেনাক ৰোধ কৰিবলৈ আৰু অসমক ৰক্ষা কৰিবলৈ।

উত্তৰ: শৰাইঘাটত।

উত্তৰ: ৰাতিৰ ভিতৰতে গড় সজাৰ দায়িত্ব।

২। তলৰ সংলাপকেইটা কোনে কৈছিল লিখা আৰু তেওঁলোকৰ ভাওলৈ সংলাপ দুটি মাতা-

ক) “…..কাম কৰি কৰি, মানুহবোৰ লালকাল য’তে ত’তে পৰি। শকতি কুলাই মানে কাম কৰিছিল, নোৱাৰে ইহঁতে আৰু ভাগৰি পৰিল।”

উত্তৰ: লাচিতৰ মোমায়েকে কৈছিল।

খ) “কি ক’লা মোমাই তুমি? ভাগৰি পৰিল? তোমাৰ মুখত এনে কথাও সৰিল? জানানে মোমাই তুমি আজিৰ ক্ষণত, মোমাই ডাঙৰ নহয় দেশৰ আগত।”

উত্তৰ: লাচিত বৰফুকনে কৈছিল।

৩। পদ্যটিত পোৱা শব্দবোৰৰ অৰ্থ লিখোঁ আহা

উ:

  • অগণন: অসংখ্য
  • গড়: দুৰ্গ
  • পো-নাতি: সন্তান-নাতি
  • বিয়াগোম:
  • ক্ষণ: মুহূর্ত
  • ছিগিল: কাটিলে

৪। ক) পদ্যৰ ছন্দ মিলোৱা আৰু উচ্চাৰণ কোমল কৰাৰ বাবে কিছুমান শব্দ সৰল ৰূপত লিখা হয়। পদ্যটোত থকা এনে শব্দৰ সৰল ৰূপৰ লগত শব্দৰ মূল ৰূপ মিলোৱা-

উ:

  • শতৰু → শত্রু
  • শকতি → শক্তি
  • গৰজি → গর্জি
  • বুধি → বুদ্ধি
  • সোৱাধীন → স্বাধীন
  • শেহ → শেষ
  • পীৰিতি → প্রীতি

খ) বাক্য ৰচনা কৰা-

ততালিকে, লালকাল, তিৰবিৰাই, তাহানিৰ

উ:

  • ততালিকে: লাচিতে ততালিকে গড় সজাৰ আদেশ দিলে।
  • লালকাল: কাম কৰি কৰি মানুহবোৰ লালকাল হ’ল।
  • তিৰবিৰাই: আকাশত তৰাবোৰে তিৰবিৰাই থাকে।
  • তাহানিৰ: তাহানিৰ বীৰসকলৰ কথা ইতিহাসত জিলিকি আছে।

গ) তলৰ বাক্যবোৰত ৰঙাকৈ দিয়া শব্দকেইটাই কি অর্থ প্রকাশ কৰিছে লিখা-

উ:

  • ৰাতিতে কৰিলে গড় থকা ছোৱা বাকী। —–
  • জোনটোলৈ চোৱা। —-
  • কিজানি নহ’ব গড় আজিয়েই ৰাতি। —
  • গঁড় আপুৰুগীয়া জন্তু। —
  • ক’লা গৰুটোৱে ঘাঁ খাই আছে। —
  • কলা মানুহজনে গাড়ী খুন্দাৰ পৰা কথমপি ৰক্ষা পৰিল। —

জ্ঞান-সম্প্ৰসাৰণ ৫। ভাবোঁ আৰু লিখোঁ আহা-

ক) ৰাতিৰ ভিতৰতে গড়টো সজা নহ’লে কি হ’লহেঁতেন?

ক) গড় নাসাজিলে মোগলে অসম জয় কৰিলেহেঁতেন।

খ) “মোমাই ডাঙৰ নহয় দেশৰ আগত।”- এই কথাফাকি কোনে কাক কৈছিল?

উ: লাচিতে মোমাইয়েকক কৈছিল।

গ) দেশক ৰক্ষা কৰিবলৈ লাচিতে নৰীয়া গাৰে যুঁজ কৰিছিল। দেশৰ বিপদৰ সময়ত আমি কি কি কৰিব পাৰোঁ?

উ: আমি সৈনিক, চিকিৎসক, বা স্বেচ্ছাসেৱক হ’ব পাৰোঁ।

ঘ) শৰাইঘাটৰ যুদ্ধত লাচিতে নাৱত উঠি যুঁজ কৰিছিল। তোমালোকে এতিয়া কি কি কামত নাও ব্যৱহাৰ হোৱা দেখিছা?

উ:  নাওত কৃষি, মাছধৰা, যাতায়ত আদি কৰা দেখা যায়।

প্রকল্প ৭। পদ্যটোত তোমালোকে লাচিতৰ বিষয়ে পাইছা। তেনেদৰে দেশ ৰক্ষাৰ বাবে যুঁজ কৰা আন কেইগৰাকীমান অসমীয়া বীৰ-বীৰাংগনাৰ বিষয়ে বাতৰি কাকত আলোচনী আৰু গ্রন্থত প্রকাশ হোৱা জীৱনী গোটাই শ্ৰেণীত পাঠ কৰা আৰু সেইবোৰ লগ লগাই এখনি সংকলন প্ৰস্তুত কৰি নামকৰণ কৰা।

Stay Updated Instantly on Whatsapp

We’ve just updated our class notes on Jonak Axom to help you prepare better and faster. For quick updates, important notifications, and exclusive content, join our WhatsApp Channel now!

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *