Dear friends if you are looking for Chanakya Best Quotes In Assamese আচাৰ্য চাণক্যৰ নীতি than this is the right place for you. In this article We have published best Quotes of Chanakya In Assamese Language. Hope you will like it.

chanakya+quote+assamese

মূৰ্খ মানুহৰ লগত যুক্তি তৰ্ক নকৰাই ভাল। কাৰণ তেনেকুৱা কৰা মানে আমি নিজেই নিজৰ সময় নষ্ট কৰা।

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

chanakya+best+Assamese+quotes

ভগৱান মূৰ্তিত বাস নকৰে আচলতে আমাৰ অনুভুতিয়ে আমাৰ ইশ্বৰ আৰু আমাৰ আত্মাই হৈছে মন্দিৰ 

Asomiya Caption | Assamese Status for motivation by chanakya

ভাগ্যই তেওঁক হে সহায় কৰে যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়।

Assamese Quotes In Motivational

মানুহে নিজেই নিজৰ কৰ্মৰ দ্বাৰা জীৱনলৈ দুখক আমন্ত্ৰণ কৰে ।

chanakya quotes In Assamese

যিয়ে তুমি কথা কোৱাৰ সময়ত অন্যমনস্ক হৈ থাকে তেওঁৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিবা ।

Complete Chanakya Neeti In Assamese

মনৰ মাজত থকাজন আপোনাৰ পৰা দুৰত থাকিলেও ওচৰত আছে। যিজনে আপোনাৰ মনত স্থান দখল নকৰিলে তেওঁ কাষত থাকিও দুৰত আছে।

Complete Chanakya Neeti In Assamese New

৪ হাৰ মানি লোৱাটোৰ প্ৰয়োজন তেতিয়া হয় কাজিয়া যেতিয়া আপোন মানুহৰ লগত হয় আৰু জয়ৰ প্ৰয়োজন তেতিয়া হয় কাজিয়া যেতিয়া নিজৰ লগত হয় ।

Assamese Chanakya Caption | Niti In Assamese

যিয়ে তুমি কথা কোৱা সময়ত অন্যমনস্ক হৈ থাকে তেওঁৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিবা।

Assamese+quote+image

কেতিয়াও কাৰো আগত নিজৰ ৰহস্য প্ৰকাশ নকৰিবা যদি তুমি নিজেই নিজৰ ৰহস্য লুকুৱাই ৰাখিব নোৱাৰা আনে কিয় ইয়াক লুকুৱাই ৰাখিব। এই ধাৰণাই আমাক ধ্বংস কৰে ।

assamese+top+quote+new

বিশৃংখল ভাৱে কৰ্ম কৰা লোকসকলে না সমাজৰ মাজত সুখী হব পাৰে না বনত।

assamese caption for fb By chanakya

যিকোনো এটা কাম কৰিব যোৱাৰ আগতে তিনিটা প্ৰশ্ন নিজকে কৰি লোৱা ভাল

– মই এইটো কিয় কৰিব গৈ আছো?

– ইয়াৰ ফলাফল কি হ’ব?

– মই সফল হ’ব পাৰিমনে।

assamese life status By chanakya

মানুহে নিজেই নিজৰ কৰ্মৰ দ্বাৰা জীৱনলৈ দুখক আমন্ত্ৰণ কৰে।

assamese Motivational caption for instagram

ভাগ্যই তেওঁক হে সহায় কৰে যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়।

অসমীয়া status About chanakya

এলেহুৱা মানুহৰ কোনো বৰ্তমান আৰু ভৱিষ্যত নাথাকে।

assamese life status By chanakya

ভগৱান মূৰ্তিত বাস নকৰে আচলতে আমাৰ অনুভুতিয়ে আমাৰ ইশ্বৰ আৰু আমাৰ আত্মাই হৈছে মন্দিৰ।

chanakya+love+assamese+quotes

মনৰ মাজত থকাজন আপোনাৰ পৰা দুৰত থাকিলেও ওচৰত আছে। যিজনে আপোনাৰ মনত স্থান দখল নকৰিলে তেওঁ কাষত থাকিও দুৰত আছে।

chanakya+niti+assamese

সফল হবলৈ ভাল বন্ধু আৰু বহুত বেছি সফল হবলৈ ভাল শত্ৰুৰ প্ৰয়োজন ।

Best Inspirational Lines By Chanakya In Assamese

দুষ্ট মানুহৰ মিঠা কথাত কেতিয়াও বিশ্বাস নকৰিবা। তেনে মানুহে নিজৰ প্ৰকৃত স্বভাৱ কেতিয়াও ত্যাগ কৰিব নোৱাৰে। যিদৰে সিংহই কেতিয়াও উপদ্রপ কৰা বন্ধ নকৰে।

Best Inspirational Lines By Chanakya In Assamese

ভয়ক পৰাপক্ষত ওচৰত আহিব নিদিবা আৰু যেতিয়া ই ওচৰত আহে ইয়াৰ ওপৰত আক্রমণ কৰিবা

Best Inspirational Lines By Chanakya In Assamese

প্ৰতিটো সম্পৰ্কৰ আৰত কিবা নহয় কিবা স্বাৰ্থ লুকাই থাকে।

এনেকুৱা কোনো সম্পৰ্ক নাই য’ত স্বাৰ্থ জড়িত নাই।

অপ্ৰিয় হ লেও ই সত্য।

Best Motivational Lines By Chanakya In Assamese

যিজনে আনৰ ভালৰ বাবে নিজক ত্যাগ কৰে

তেওঁ হে প্ৰকৃত পুৰুষ।

Niti In Assamese Chanakya Quotes

দুষ্ট মানুহৰ মিঠা কথাত কেতিয়াও বিশ্বাস নকৰিবা। তেনে মানুহে নিজৰ প্ৰকৃত স্বভাৱ কেতিয়াও ত্যাগ কৰিব নোৱাৰে। যিদৰে সিংহই কেতিয়াও উপদ্ৰপ কৰা বন্ধ নকৰে।

Assamese Chanakya status | Assamese Status for motivation

পৃথিৱীখন প্ৰয়োজন অনুসৰি চলে

জাৰৰ দিনত যিটো সূৰুযৰ অপেক্ষা কৰা হয়

গৰমৰ দিনত সেইটো সুৰুযকে অপমান কৰা হয়। মানুহে আপোনাৰ মূল্য তেতিয়া বুজিব যেতিয়া আপোনাৰ প্ৰয়োজন হব ।

যুগুতালে- Tripti Deka

Join The Community

Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Leave a Reply

Your email address will not be published. Required fields are marked *