কাৰোবাৰ সৈতে কষ্টত থকাতকৈ অকলশৰীয়াকৈ কষ্টত থকাটো বহুত ভাল  – এই কথাটো তুমি  বুজাৰ চেষ্টা কৰিব লাগে ..!!তুমি কোনো কম্পলিকেটেড ৰিলেশ্ব্যনশ্বিপত আছা।আৰু সম্পর্কটো নিমজ্জিত অবস্থাত আছে..না ডুবিছে..না ভাহিছে ..মানুহটোৰ পৰা  ভাল কিছু মূহুর্ত পোৱাৰ সলনি প্রতিনিয়ত কষ্ট পাই আছা..এই ধৰণৰ সম্পর্কৰ পৰা আতৰি অহাই ভাল..!!

এনে সম্পর্কবোৰে তোমাক তিল তিলকৈ শেষ কৰি দিব,মানুহটোৱে  দিয়া  কষ্টবোৰ  সমুদ্ৰৰ ঢৌ  আকাৰে তোমাৰ বুকত আহি পৰিব ..কষ্ট বোৰে  তোমাক লাহে লাহে গিলিবলৈ লব ..তুমি ভাবিছা ৮/১০ বছৰৰ ৰিলেশ্ব্যনশ্বিপ এটা কিদৰে শেষ কৰিম? যদি মানুহজন আগৰ দৰে ভাল হৈ যায়?

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

কিন্তু সেই মানুহটোৱে  হয়তোবা সমসাময়িকভাবে তোমাক কিছু সময়ৰ বাবে আকৌ কাষলৈ টানিব , তাৰ পিছত আকৌ খালী হাতে ওভোটাই পঠিয়াব..অবশেষত খালি হাতে উভতি অহাৰ কষ্ট আৰু বেছি ভয়ানক .!

Assamese Whatsapp Status Relationship Advice Assamese Couple

দিনৰ শেষত কষ্টখিনি একান্তই নিজৰ ..কষ্ট কেতিয়াও নকমে .পহৰিও যোৱাও নহয়  ..কষ্ট সহ্য কৰাৰ  এক ৰকম  ক্ষমতা নিজৰ অজ্ঞাতে জন্ম হয়.কাৰোবাৰ পৰা হয়তো দুই চাৰিটা শান্তনাৰ কথা শুনিবলৈ পোৱা হয় .. কিন্তু কষ্টৰ ভাৰখিনি তুমিয়েই বহন কৰিব লাগিব!

ঠিক কাৰোবাক লৈ হাতত হাত ধৰি আধা পথ অতিক্ৰম কৰাৰ পিছত যেতিয়া অকলশৰে আগবঢ়াৰ সময় আহি পৰে , তেতিয়া হয়তো তুমি মই বুজি উঠো এই পৃথিৱীত জীৱনটো এনেকুৱাই।

Assamese Whatsapp Status Relationship Advice Assamese Couple 1

না মই তোমাৰ জীৱনত  চিৰস্থায়ী
না তুমি মোৰ।

Assamese Whatsapp Status Relationship Advice Assamese Couple 2

ভাবানুবাদ

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *