Assamese Whatsapp Status | Life Changing Motivational Thoughts In Assamese
জীৱনত অনুপ্রেৰণাৰ গুৰুত্ব কিমান, সেয়া আমি প্রত্যেকেই জানো।প্রত্যেক মানুহেই চায় ভিতৰি ভিতৰি অনুপ্রাণিত থাকিবলৈ । সেয়ে সকলোৰে বাবে আমি ইয়াত share কৰিছো assamese Motivational Quotes huge collection যি সকলোকে সমানভাবে অনুপ্রাণিত কৰিব ।আমি ভাবো , এই assamese motivational status বোৰ বাস্তব জীৱনত ঠিক মতে মানি চলিলে যি কোনো মানুহৰ জীৱন অনয়াসে সলনি হব |
Assamese Whatsapp Status | Life Changing Motivational Thoughts In Assamese
Motivational Quote in Assamese 1
জীৱনত সুখ বিছাৰে যদি আনে কি কয় তাক ভাবিবলৈ বাদ দিয়ক।
Assamese Motivational Quote for success | Assamese Status
“যিমান কঠিন সংঘর্ষ , বিজয়ৰ আনন্দ সিমান মধুৰ
Assamese Succsess Quote
আনৰ ভৰিত পৰি সফল হোৱাতকৈ ভাল নিজৰ ভৰিত থিয় হৈ কিবা কৰা।
Top Assamese Inspirational And Motivational Quote 4
একো অসম্ভৱ নহয় যিয়ে ভাবিব পাৰে , তেও কৰিব পাৰে ।
Motivational Quote for single 5
যেতিয়া আনক বুজাটো কঠিন হৈ পৰে, নিজক বুজিবলৈ ধৰক।
Assamese Motivational Quote after breakup 6
“Give Up কৰা মানে এয়া নহয় যে আপুনি খুব দুর্বল প্রকৃতিৰ, আপুনি বহুত শক্তিশালী আৰু বুদ্ধিমান যিয়ে পৰিস্হিতি সৈতে অগ্ৰসৰ হব চায় ”