তোমাৰ  দেউতা মায়ে যদি বিচাৰে যে ডাক্তৰ -ইঞ্জিনিয়াৰ ল’ৰাৰ বাদে আন ল’ৰাৰ  সৈতে  তোমাক  বিয়া নিদিয়ে , তেতিয়াহলে দয়া কৰি ডাক্তৰ -ইঞ্জিনিয়াৰ বাদে কাৰো  সৈতে  প্রেম কৰি  “পিছত দেখা যাব” – টাইপ অনিশ্চয়তা লৈ নিজৰ আৰু আনৰ জীৱন এটা নষ্ট নকৰিব

কোনো মানে নাই !!ইয়াত  ‘ডাক্তৰ – ইঞ্জিনিয়াৰ এটা উদাহৰণ হে … যি কোনো পেছা বা একাডেমিক চেক্টৰেই হব পাৰে !!হয়তো দেউতা -মাক বুজাই  কনভিন্চ কৰাৰ ক্ষমতা ৰাখা নহলে প্রেমেই নকৰিবা … কিছু  বছৰ প্রেম কৰি  শেষত এৰেঞ্জ মেৰিয়েজৰ  আগেয়ে প্রেমিকৰ আগত ভে ভে কৈ কান্দি কবা

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

 ” মই তোমাকেই ভালপাওঁ কিন্তু মা -দেউতাৰ মতৰ বিৰুদ্ধে কিদৰে  যাও?”

আৰে মাইনা.. কেন্ডেল লাইট ডিনাৰ ডেট কৰাৰ সময়ত কি দেউতা মাক সুধি আহিছিলা ?… … …আৰু যিসকল ল’ৰাৰ ফেমিলি খুব কনজার্ভেটিভ, ৰিলিজিয়াচ, সিহতক কওঁ … তুমি তো ভাই আগৰ পৰাই জানো যে তোমাৰ ফেমিলিয়ে অন্য জাতিৰ ছোৱালীক বিয়া কৰাব নকৰে  … তেন্তে আগতে কিয় তাইক নকলা। তাৰ সলনি তাইক বিয়াৰ সময়ত কলা , “মোৰ ঘৰত নামানে “? তুমি আগেয়ে  জানিছিলা নে যে তোমাৰ ঘৰে নামানে। নে ইমান দিনে  শুই আছিলা? হিচাপ আছিল নে ?তোমাৰ দেউতা-মা যদি বিছাৰে সিহঁতৰ বোৱাৰী হাউচৱাইফ হৈয়েই থাকক, তেন্তে যিজনীয়ে হাউচৱাইফ হবলৈ বিছাৰে – তেনে ছোৱালীক পছন্দ কৰা !!যিজনী ছোৱালীয়ে তোমাক বাৰম্বাৰ কৈ থাকে “তাই নিজাকৈ কিবা কৰিব খোজে। তাইৰ সপোন আছে। জব কৰিব খোজে।  … প্রেমৰ সময়ত তাইক কলা যে, “আৰে  সকলো  হব “কিন্তু বিয়াৰ  পিছত দেখিলে মাক দেউতাকে নিবিচাৰে বোৱাৰী জব কৰাটো  … আৰু তোমাৰ পত্নীয়েও নিবিচাৰে হাউচৱাইফ হৈ ঘৰত থকাটো  … তেতিয়া “মা ডাঙৰ নে  ঘৈনী ডাঙৰ” টাইপ মনোভাবেৰে চিনেমাৰ দৰে  নিজৰ জীৱনটো কম্প্লিকেটেড কৰাৰ  দৰকাৰ ?”

ইমান  হিচাপ কৰি প্ৰেম হয় নেকি? সকলো আবেগ” – এয়া এক বাজে যুক্তি … দুনিয়াৰ সকলো কাম কাজ  হিচাপ  কৰি কৰিবলগীয়া হয় … ‘যি হয় হব’ – বুলি আবেগত  গা উটুৱালে  নিজৰ লগতে আৰু আনৰো জীৱন নষ্ট হয় !!আবেগ থকাটো দোষ নহয়  … আবেগেৰ সৈতে কমন চেন্স নথকাটো অবশ্যেই দোষ !!”

-মুচফিকুৰ ৰহমান

পোষ্টটো শ্বেয়াৰ কৰক। আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক ।

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *