Hey folks! If you are looking for some heartfelt Assamese love quotes for your WhatsApp status or captions, then you’re in the right place. Whether you want to share your emotions or make your loved one smile, these quotes are sure to express your feelings perfectly. In this article, we’ll talk about some of the most beautiful Assamese love statuses that you can use on social media, and we’ll also dive into why Assamese love quotes have such a special touch. So, let’s get started with some lovely, meaningful words that you can share with your friends, family, and loved ones!

সাম্প্ৰতিক সময়ত ভালপোৱাবোৰ ভাৰ্চুৱেল জগতত আবদ্ধ হৈ পৰিছে। তাহিনৰ সেই সঁচা ভালপোৱা এতিয়া বিলুপ্ত। এক সমীক্ষা মতে 70% ভালপোৱাই তেওলোকৰ আপোনজনৰ সৈতে cheating কৰে। আশা কৰিছো  Heart touching আৰু cute assamese love quote বোৰে আপোনাক অনুপ্ৰেৰণা জগাব। তথা প্ৰিয়জনৰ প্ৰতি ভালপোৱা আৰু জগাই তুলিব। এই assamese love quote বোৰ আপুনি আপোনাৰ বন্ধুসকলৰ সৈতেও শ্বেয়াৰ কৰক। screenshot মাৰি ফেচবুক, ইনষ্টাগ্ৰাম হোৱাটচএপত আপলোড কৰিব পাৰে। লগতে আগলৈ আমি আপোলোড কৰিম .  love quotes for gf in Assamese , Assamese love quotes for relationships, Love quotes in Assamese download, আৰু বহুতো Short love quotes in  Assamese ত ।

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

best assamese quotes on love assamese status caption assamese love status

১ম, দ্বিতীয় তৃতীয় নহয়। শেষৰ জন হে সঁচা 

best assamese quotes on love assamese status caption assamese love status 1

কেতিয়াবা ডাৱৰ হৈ চাবাচোন, নিজে সৰি আনক হেপাঁহৰ বৰষুনজাকেৰে ভিজাই চাবাচোন  মৰমবোৰ নিজে নিজে হৃদয়ত থিতাপি ল’ব

best assamese quotes on love assamese status caption assamese love status 2

এবাৰ নহয় দুবাৰ নহয় হাজাৰবাৰ ব্ৰেকআপ হওঁক,তাৰ পিছতো সঁচা ভালপোৱা হেৰাই নাযায় সাগৰৰ ঢৌৰ দৰে তেওঁ তোমাৰ কাষলৈ বাৰ বাৰ উভতি আহিব

ভাবিছো বিয়া কৰিলেও কাষ্টমাৰ কেয়াৰৰ ছোৱালী এজনী কৰিম।পিছত কাজিয়া লাগিলেও ওলোটাই গালি দিয়াৰ সলনি কব“ছাৰ। আপোনাৰ অসুবিধাৰ বাবে দুঃখিত”

assamese love shayari photo

ফুলক ভালপাওঁ, পাতক নহয়। তোমাক ভালপাওঁ, আনক নহয়।

best assamese quotes on love assamese status caption assamese love status 3

ফেচবুক ইনষ্টাগ্রামত ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে। থাকিলে কি হব সিহতৰ কোনোৱে মোক আজিলৈকে পটাবই নোৱাৰিলে.

ঐ শুনানা, আমিও আমাৰ বিয়াৰ আগে আগে Pre-wedding photography কৰিম। মোৰ খুব ইচ্ছা আছে

ৰোমান্টিক কাজিয়াবোৰ সদায়েই বিচিত্র। না পিছত ব্রেক আপ হয়, না ইজনে সিজনক বেয়া পায়, বৰঞ্চ, শেষত দুয়ো আকৌ বেছিকৈহে ভালপাবলৈ লয়।

মাজে মাজে ইচ্ছা হয়”in a relationship” নামৰ এটা ষ্টেটাছ দি দিম, তাৰ পিছতে ভয় হয়, ভালপোৱাৰ সম্পৰ্কত আবদ্ধ হৈ কাৰোবাৰ হাতখন ধৰাৰ বাবে ইমানখিনি বিশ্বাস আৰু আস্থা অর্জন কৰিছোনে? “ভয় লাগে, কিজানি আকৌ আগৰদৰে হৃদয় ভাঙে”

জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়। আপুনি যাক পাইছে জীৱনৰ শেষ মুহূর্ত পর্যন্ত তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা

প্রেম কৰিবলৈ কি লাগে? বহুত কিবা কিবি। কফি শপ! মোবাইল! মোবাইলৰ বেলেন্ড! গিফ্ট। সৌন্দর্ঘ্য। শৰীৰ! বিছনা। ছি ছি ছি! আৰু ভালপাবলৈ? এখন মুক্ত আকাশ আৰু এটুকুৰা বিশ্বাস আৰু একোৱেই নালাগে

ঐ শুনা… থাকিবলৈ ভাল ঘৰ নাথাকিব পাৰে, হৃদয় কিন্তু ভাল কৰি ৰাখিছো।

আমি যিজনক পাব নোৱাৰো, আমাৰ চকুযুৰিয়ে আকৌ সেইজনকহে পচন্দ কৰে।

বলা, দুয়ো পলাই যাওঁ। তিনিজন হলেই উভতি আহিম

এদিন মোৰ উকা কপালত হেপহেৰে আঁকি দিবা তোমাৰ চহী, সেন্দুৰীয়া অটোগ্রাফে চিন্থিত কৰিব আমাক পতি-পত্নী বুলি

তুমি কি বুজিবা? ফোনৰ গেলেৰীত মোৰ ফটো মাত্ৰ কেইখনমান, বাকী সকলো তোমাৰ ফটোৰে Full মাজে মাজে এনে লাগে ফোনটো নামতহে মোৰ তাৰ ভিতৰতো দেখোন তুমি আৰু তুমি।

ঐ শুনানা, এবাৰ একেটি উশাহতে চিঞৰি কওঁনে ভালপাওঁ তোমাক

এটা সম্পর্ক জীয়াই ৰাখিবলৈ ভালপোৱাতকৈ দুয়োজনৰ Believe, Sacrifice, Compromise & Understanding বেছি গুৰুত্বপূৰ্ণ!

ভালপোৱাক, বিক্ৰী কৰিবলৈ সহজ, কিন্তু কিনিবলৈ হে টান lযিজনে পাইছে তেঁও বহুত ভাগ্যবান

“তুমি” নামৰ এটি সত্ত্বা। “তুমি তুমি” লগা এগালমান অনুভৱ। বুকুয়ে “বহন” কৰি থাকে প্রতিদিন…প্রতি পল…!!

এদিন ভাল লগা মানুহবোৰকো তোমাৰ ভাল নলগা হব, যিবোৰ অচিন মানুহ, অপ্রিয় মানুহ, এদিন হঠাৎ তেওলোককো ভাল লাগি যাব।

সচাকৈয়ে ভাল লাগি যায় যেতিয়া প্রিয় মানুহজনে কয়, “আচ্ছা থিকে আছে। ঘৰ গৈ মেছেজ কৰিবা”

Why Assamese Love Quotes Are Special

Have you ever wondered why love feels so different when expressed in Assamese? There’s something incredibly unique about how emotions are conveyed through this beautiful language. Assamese love quotes not only reflect the feelings of love but also carry with them the cultural essence of Assam. They are a beautiful blend of romance, tradition, and the lyrical flow of the language itself.

Imagine telling someone “মই তোমাক ভালপাওঁ,” meaning “I love you” in Assamese. Doesn’t it sound more intimate and sincere? That’s because Assamese, like any other regional language, has its own charm, and when used for love, it adds a layer of warmth and depth. These quotes are often infused with poetic imagery that transports the listener or reader into a world where emotions are felt deeply.

How to Use Assamese Love Quotes for Social Media

Now that you have some amazing quotes, how can you use them? The great thing about Assamese love quotes is that they can be used in many creative ways on social media. Here are some ideas:

  • WhatsApp Status: Show your love and commitment with a beautifully written Assamese quote as your status. It’s a simple way to express your feelings every time someone checks your profile.
  • Instagram Caption: Captions are key on Instagram. Pair an intimate or romantic photo with a perfect Assamese love caption to make it even more meaningful.
  • Facebook Posts: Whether you’re celebrating an anniversary or just sharing your feelings, these quotes are perfect for any occasion. They’ll add a personal and cultural touch to your posts.
  • Snapchat Stories: Share an Assamese love quote as your story. It’ll resonate deeply with those who understand the language and add a romantic flair to your story.

Conclusion

I hope you enjoyed reading about these beautiful Assamese love quotes and found the perfect one for your status or caption! There’s something so powerful and intimate about expressing love in a language that resonates with your heart. Whether you use these quotes on social media or in person, they’ll surely convey your emotions in the most beautiful way possible.

Don’t forget to share this blog with friends who might also enjoy these lovely quotes. And hey, feel free to leave your thoughts and suggestions in the comments! I’d love to hear how these Assamese love quotes have inspired you or if you have any favorites to add to the list. Until next time, stay in love, stay inspired!

Join The Community

Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Leave a Reply

Your email address will not be published. Required fields are marked *