GK iN Assamese | Latest Assam GK | Gov Exam Gk In Assamese

Assamese GK Question Answer for Gov Exam | Latest Assam Gk

নদীৰ পাৰত গঢ় লৈ উঠা বিশ্বৰ কেইখনমান  চহৰ Assamese General Knowledge

  • ফ্ৰান্চৰ ৰাজধানী পেৰিচ অৱস্থিত → সীন নদীৰ পাৰত।
  • শ্ৰীলংকাৰ ৰাজধানী কলম্বো অৱস্থিত →কালানী নদীৰ পাৰত।
  • ইটালিৰ ৰাজধানী ৰোম অৱস্থিত →টাইবাৰ নদীৰ পাৰত।
  • ভাৰতৰ কানপুৰ অৱস্থিত →কাবুল নদীৰ পাৰত।
  • ভাৰতৰ লক্ষ্মৌ অৱস্থিত → গোমতী নদীৰ পাৰত।
  • ভাৰতৰ শ্ৰীনগৰ অৱস্থিত → ঝিলম নদীৰ পাৰত।
  • ভাৰতৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ অৱস্থিত →গঙ্গা আৰু যমুনাৰ নদীৰ পাৰত।
  • ভাৰতৰ উত্তৰ প্ৰদেশ অঙ্গৰাজ্যৰ ৰাজধানী আগ্ৰা অৱস্থিত → যমুনা নদীৰ পাৰত।
  • ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্য অৱস্থিত → যমুনা নদীৰ নদীৰ পাৰত।
  • ভাৰতৰ কলকাতা অৱস্থিত → হুগলী নদীৰ নদীৰ পাৰত।
  • ভাৰতৰ পূৰ্বাঞ্চলীয় ৰাজ্য বিহাৰৰ ৰাজধানী পাটনা অৱস্থিত → গঙ্গা নদীৰ পাৰত।
  • ভাৰতৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ গুৱাহাটী অৱস্থিত → ব্ৰহ্মপুত্ৰ নদীৰ পাৰত।
  • ইংলেণ্ডৰ ৰাজধানী লণ্ডন অৱস্থিত → টেমচ্ নদীৰ পাৰত।
  • মিচৰৰ ৰাজধানী কাইৰো অৱস্থিত→নীল নদীৰ পাৰত।
  • নেদাৰল্যান্ডৰ ৰাজধানী অ্যামচ্টাৰডাম অৱস্থিত→আমচ্টেল নদীৰ পাৰত।
  • অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনা অৱস্থিত →দানিউব নদীৰ পাৰত।
  • জাৰ্মানিৰ হামবুৰ্গ প্ৰদেশ অৱস্থিত → এলবে আৰু আলচ্টাৰ নদীৰ পাৰত।
  • ৰাচিয়াৰ ৰাজধানী মচ্কো অৱস্থিত → মচ্কোভা নদীৰ পাৰত।
  • কানাডাৰ ৰাজধানী অটোয়া অৱস্থিত →চেন্ট লৰেন্চ নদীৰ পাৰত।
  • তুৰচ্কৰ ৰাজধানী আঙ্কাৰা অৱস্থিত → কিজিল নদীৰ পাৰত।
  • পোল্যান্ডৰ ৰাজধানী ওয়াৰশ অৱস্থিত →ভিশ্চুলা নদীৰ পাৰত।
  • যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন অৱস্থিত →পোটোম্যাক নদীৰ পাৰত।
  • চুদানৰ ৰাজধানী খাৰ্তুম অৱস্থিত →ব্লু নীল আৰু হোয়াইট নীল নদীৰ পাৰত।
  • আয়াৰল্যান্ডৰ ৰাজধানী ডাবলিন অৱস্থিত → লিফে নদীৰ পাৰত।
  • ভাৰতৰ ৰাজধানী দিল্লী অৱস্থিত → যমুনা নদীৰ পাৰত।
  • চেক প্ৰজাতন্ত্ৰৰ ৰাজধানী প্ৰাগ অৱস্থিত → বিটাভ নদীৰ পাৰত।
  • জাৰ্মানীৰ ৰাজধানী বাৰ্লিন অৱস্থিত → চ্প্ৰি নদীৰ পাৰত।
  • হাঙ্গেৰীৰ ৰাজধানী বুদাপেচ্ট অৱস্থিত → দানিউব নদীৰ পাৰত।
  •  আৰ্জেন্টিনাৰ ৰাজধানী বুয়েনচ আয়াৰচ অৱস্থিত →প্লাটা নদীৰ পাৰত।’
  • থাইল্যান্ডৰ ৰাজধানী বেংকক অৱস্থিত → মিনাম নদীৰ পাৰত।
  • যুগোশ্লেভিয়াৰ ৰাজধানী বেলগ্ৰেড অৱস্থিত → দানিউব নদীৰ পাৰত।
  • চ্পেইনৰ ৰাজধানী মাদ্ৰিদ অৱস্থিত →মানজানেৰে নদীৰ পাৰত।
  • পৰ্তুগালৰ ৰাজধানী লিচবন অৱস্থিত →টেগাচ নদীৰ পাৰত।
  • জাপানৰ ৰাজধানী টুৰ্কী অৱস্থিত→ আৰাকাৰ্ডয়া নদীৰ পাৰত।
  • চীনৰ ৰাজধানী বেইজিং অৱস্থিত → হোয়াংহো নদীৰ পাৰত।
  • ইৰাকৰ ৰাজধানী বাগদাদ অৱস্থিত → টাইগ্ৰিচ নদীৰ পাৰত।
  • সৰ্ববৃহৎ আন্তৰ্জাতিক সংস্থা জাতিসংঘ অৱস্থিত → ইচ্ট নদীৰ পাৰত।
  • লিভাৰপুল ( ইংলেণ্ড) অৱস্থিত → মাৰ্চি নদীৰ পাৰত।
  • কানাডাৰ মন্ট্ৰিল প্ৰদেশ অৱস্থিত → চেন্ট লৰেন্চ নদীৰ পাৰত।
  • পাকিস্তানৰ কৰাচি প্ৰদেশ অৱস্থিত → সিন্ধু নদীৰ পাৰত।
  • পাকিস্তানৰ লাহোৰ অৱস্থিত → ৰাভী নদীৰ পাৰত৷
  • ইন্দোনেচিয়াৰ জাম্বি প্ৰদেশ অৱস্থিত → বাটাং হাৰি নদীৰ পাৰত।
  • অষ্ট্ৰেলিয়াৰ চিডনী চহৰ অৱস্থিত → মাৰে ডালিং নদীৰ  পাৰত।
  • চীনৰ চাংহাই প্ৰদেশ অৱস্থিত → ইয়াং চি কিয়াং নদীৰ পাৰত।
  • চীনৰ হংকং প্ৰদেশ অৱস্থিত →ক্যান্টন নদীৰ পাৰত।
  • জাৰ্মানীৰ বন প্ৰদেশ অৱস্থিত → ৰাইন নদীৰ পাৰত।
  • ইংল্যান্ডৰ ব্ৰিচ্টল অৱস্থিত →এডন নদীৰ পাৰত।
  • যুক্তৰাষ্ট্ৰৰ নিউইয়ৰ্ক চহৰ অৱস্থিত → হাডচন নদীৰ পাৰত।
  • যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়া চহৰ অৱস্থিত → ডিলাওয়াৰি নদীৰ পাৰত।
  • চীনৰ পিকিং/বেইজিং অবস্থিত →হোয়াংহো নদীৰ পাৰত।
  • চিৰিয়াৰ ৰাক্কা চহৰ অৱস্থিত →ইউফ্ৰেটিচ নদীৰ পাৰত।
  • ম্যানমাৰৰ আকিয়াব অৱস্থিত → ইৰাবতী নদীৰ পাৰত।
  • মিচৰৰ আলেকজান্ডিয়া অৱস্থিত → নীল নদীৰ পাৰত।
  • ম্যানমাৰৰ ইয়াঙ্গুন অৱস্থিত → ইৰাবতী নদীৰ পাৰত।
  • জাৰ্মানীৰ ডানজিক অৱস্থিত → ভিচ্টুলা নদীৰ পাৰত।
  • কানাডাৰ কুইবেক অৱস্থিত → চেন্ট লৰেন্চ নদীৰ পাৰত।
  • চীনৰ ক্যান্টন অৱস্থিত→ চাং কিং নদীৰ পাৰত৷
  • বাংলাদেশৰ ৰাজধানী ঢাকা অৱস্থিত → বুড়িগঙ্গাৰ নদীৰ পাৰত।
  • বাংলাদেশৰ বানিজ্যিক ৰাজধানী চট্টগ্ৰাম অৱস্থিত→কৰ্ণফুলী নদীৰ পাৰত।

যুগুতালে সাগৰিকা গোস্বামী

Join The Community

Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Leave a Reply

Your email address will not be published. Required fields are marked *