- গোপীনাথ বৰদলৈ -কাৰ্যকাল-১১ ফেব্ৰুৱাৰী ১৯৪৬ ৰ পৰা ৬ আগষ্ট ১৯৫০
- বিষ্ণুৰাম মেধি -(হাজো সমষ্টিৰ বিধায়ক)- কাৰ্যকাল- ৯ আগষ্ট ১৯৫০ ৰ পৰা ২৭ ডিচেম্বৰ ১৯৫৭
- বিমলা প্ৰসাদ চলিহা -(সোণাৰী সমষ্টিৰ বিধায়ক)- কাৰ্যকাল-২৮ ডিচেম্বৰ ১৯৫৭ ৰ পৰা ৬ নৱেম্বৰ ১৯৭০
- মহেন্দ্ৰ মোহন চৌধুৰী -(পূব গুৱাহাটী সমষ্টিৰ বিধায়ক)- কাৰ্যকাল-১১ নৱেম্বৰ ১৯৭০ ৰ পৰা ৩০ জানুৱাৰী ১৯৭২
- শৰৎচন্দ্ৰ সিংহ -(পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-৩১ জানুৱাৰী ১৯৭২ ৰ পৰা ১২ মাৰ্চ ১৯৭৮
- গোলাপ বৰবৰা -(তিনিচুকীয়া সমষ্টিৰ বিধায়ক)-কাৰ্যকাল- ১২ মাৰ্চ ১৯৭৮ ৰ পৰা ৪ চেপ্তেম্বৰ ১৯৭৯
- যোগেন্দ্ৰনাথ হাজৰিকা -(দুলীয়াজান সমষ্টিৰ বিধায়ক)-কাৰ্যকাল – ৯ চেপ্তেম্বৰ ১৯৭৯ ৰ পৰা ১১ ডিচেম্বৰ ১৯৭৯
- চৈয়দা আনোৱাৰা টাইমূৰ -(দলগাওঁ সমষ্টিৰ বিধায়িকা)-কাৰ্যকাল-৬ ডিচেম্বৰ ১৯৮০ ৰ পৰা ৩০ জুন ১৯৮১)
- কেশৱ চন্দ্ৰ গগৈ -(ডিব্ৰুগড় সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-১৩ জানুৱাৰী ১৯৮২ ৰ পৰা ১৯ মাৰ্চ ১৯৮২
- হিতেশ্বৰ শইকীয়া -(নাজিৰা সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২৭ ফেব্ৰুৱাৰী ১৯৮৩ ৰ পৰা ২৩ ডিচেম্বৰ ১৯৮৫
- প্ৰফুল্ল কুমাৰ মহন্ত -(নগাঁও সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২৪ ডিচেম্বৰ ১৯৮৫ ৰ পৰা ২৮ নৱেম্বৰ ১৯৯০
- হিতেশ্বৰ শইকীয়া -(দ্বিতীয় বাৰ, নাজিৰা সমষ্টিৰ বিধায়ক)- কাৰ্যকাল-৩০ জুন ১৯৯১ ৰ পৰা ২২ এপ্ৰিল ১৯৯৬
- ভূমিধৰ বৰ্মন -(বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২২ এপ্ৰিল ১৯৯৬ ৰ পৰা ১৪ মে’ ১৯৯৬
- প্ৰফুল্ল কুমাৰ মহন্ত -(দ্বিতীয় বাৰ,বঢ়মপুৰ সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-১৫ মে’ ১৯৯৬ ৰ পৰা ১৭ মে’ ২০০১
- তৰুণ গগৈ -(তিতাবৰ সমষ্টিৰ বিধায়ক)-কাৰ্যকাল- ১৭ মে’ ২০০১ ৰ পৰা ২৪ মে’ ২০১৬
- সৰ্বানন্দ সোণোৱাল -(মাজুলী সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২৪ মে’ ২০১৬ ৰ পৰা ১০ মে’ ২০২১
- Himanta Biswa Sarma (Jalukbari সমষ্টিৰ বিধায়ক)- কাৰ্যকাল – ১০ মে’ ২০২১ পৰা বৰ্তমান সময়লৈকে
অসমত ৰাষ্ট্ৰপতি শাসন
- ৰাষ্ট্ৰপতি শাসন -১২ ডিচেম্বৰ ১৯৭৯ ৰ পৰা ৫ ডিচেম্বৰ ১৯৮০
- ৰাষ্ট্ৰপতি শাসন -৩০ জুন ১৯৮১ ৰ পৰা ১৩ জানুৱাৰী ১৯৮২
- ৰাষ্ট্ৰপতি শাসন -২৮ নৱেম্বৰ ১৯৯০ ৰ পৰা ৩০ জুন ১৯৯১
যুগুতালে -Chandan Hazarika
Join The Community
Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋