Assamese+Tv+Serial+Quote1

The Most Inspiring Quotes From Mahabharata In Assamese| Religious Quote

সৰুৰে পৰাই টিভিত বহু কেইখন “মহাভাৰত Mahabharat ” চাইছোঁ । তাৰ ভিতৰত Star Plus ত দিয়া Swastik Production প্ৰডাকচনৰ “মহাভাৰত” খন বিশেষ ভাৱে ভাল পাওঁ ইয়াৰ সংলাপ সমূহ Mahabharat Quotes Images বাবে । এতিয়া লৈকে দিয়া খণ্ড সমূহৰ মোৰ ভাল লগা কেইটিমান সংলাপৰ শাৰী আগবঢ়ালোঁ । পঢ়ি চাব চোন ।

Mahabharata Quotes In Assamese

Mahabharata Quotes In Assamese|Religious Quote
৩) শুকান মৰুভুমিক জীপাল কৰিবলৈ কেৱল দুচপৰা ডাৱৰেই যথেষ্ট নহয়, তাৰ বাবে নদীও বোৱাব পাৰিব লাগিব ।
assamese tv serial quotes | Mahabharat Quote

৭) যি সন্মান আনক কষ্ট দি ৰক্ষা কৰিব লাগে, সেয়া সন্মান নহয় অহংকাৰ হে ।

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

Mahabharata In Assamese| Religious Quote
৯) নিয়তিক নিমন্ত্ৰণ দিব নালাগে ।
Mahabharat Saying In Assamese | Assmaese mahabharat photo

২) আকাশত মেঘ থাকিলেই যে বৰষুণ পৃথিৱীত পৰিব তেনে নহয়, মেঘকতো বতাহেও আঁতৰাব পাৰে । অধিকাৰো ঠিক তেনেকুৱাই । সেইবাবে সময়ৰ পূৰ্বে অধিকাৰৰ প্ৰদৰ্শন নকৰাই ভাল ।

Good Assamese quote| hindu religious quote
১) মাটিৰ পাত্ৰত যদি ঘিঁউ ৰখা হয়, তেন্তে পাত্ৰই সেয়া শুহি লয়, সেই পাত্ৰও কাৰো কামত নাহে আৰু ঘিঁউ খিনিও ।
Hindu God Quote | mahabharat Assamese photo
৪) সোণৰ পাত্ৰত ভোজন খাব পাৰি, কিন্তু ভোজন তৈয়াৰ কৰিব নোৱাৰি ।
Best Assamese quote | motivational Assamese Quote
৫) অসমৰ্থ লোকে প্ৰতিজ্ঞা কৰাত সদায়েই আগত থাকে ।
Best Assamese quote | motivational Assamese Quote
৬) হাতৰ তলুৱাত শস্য গজাব নোৱাৰি ।
Mahabharat Episode In Assamese | Hindu dharma quote
৮) ধৰ্মৰ পথত চলা মানুহৰ লগতে আটাইতকৈ বেছি অধৰ্ম কৰিব পৰা যায় ।
১০) নদীক ভেটিবলৈ চেষ্টা কৰা পাহাৰ সদায় খহিয়েই পৰে, নদীত অধিকাৰ কেৱল সাগৰৰ হে থাকে ।
Written by – কৌশিক নন্দন বৰা

Join The Community

Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Leave a Reply

Your email address will not be published. Required fields are marked *