Status in Assamese Language | Assamese Whatsapp Status

50+ Assamese Whatsapp Status | Status In Assamese

Hey folks! Are you on the lookout for the perfect Assamese WhatsApp status
to express your feelings, share a laugh, or celebrate a special occasion?
Well, you’ve hit the jackpot! In this article, we’re going to dive into a
collection of over 50 Assamese WhatsApp statuses that will add a touch of
Assam to your day. Whether you’re feeling nostalgic, romantic, or just in
need of a good chuckle, we’ve got you covered. So, let’s get started and
find the perfect status to light up your WhatsApp profile!

Best Assamese Status | Assamese Shayari For Whatsapp Status

assamese status | assamese shayari

পৰিয়ালৰ পোহ পালৰ বাবে ৰাতি ঠাণ্ডাত নিজৰ ৰিক্সাতে শেষ নিশ্বাস ত্যাগ কৰা
বৃদ্ধৰ এক কৰুণ দৃশ্য। এয়াই চাগে জীৱন সংগ্ৰাম।

assamese shayari | whatsapp status assamese
ৰেষ্টোৰেণ্টত এডাল চাঁওমিনকে যে দুজন প্ৰেমিক প্ৰেমিকাই দুফালৰ পৰা চোবাই থকা
দৃশ্যটো, একদম দুটা পাতিহাঁহে এডাল কেচু টানি থকা যেন দেখি।
assamese status |assamese sad status
ব্যস্ততাৰ কথা কি কম। কেইজনমানক পাহৰিব বিচাৰো কিন্তু সেই সময়খিনিও নাপাওঁ।
assamese sad shayari | assamese love shayari
প্ৰয়োজন আৰু অভ্যাস
প্ৰয়োজন অন্য কিবাৰেও পুৰণ কৰিব পাৰি, কিন্তু অভ্যাস সলনি কৰা ইমান সহজ নহয়। ঠিক
যেনেকৈ তোমাৰ বাবে মই আছিলো প্ৰয়োজন আৰু তুমি আছিলা মোৰ অভ্যাস।
মাত্ৰ এয়াই পাৰ্থক্য আমাৰ মাজত। 
sad status assamese |assamese attitude status
I wish গভীৰ ৰাতি কোনোৱে ফোন কৰি কওক “বহত ভালপাওঁ তোমাক” 
sad assamese status |love status assamese
মাজনী কেকটো পাৰফেক্ট বনাই লাভ নাই যদিহে তুমি তিলপিঠাখন আৰু লাড়ুটো বনাব
নাজানা। 
status assamese | assamese shayari sad
আগৰ দিনৰ মানুহে পুঁজি চাই ছোৱালী বিয়া দিছিল। কিয় জানেনে। 
love shayari assamese |sad shayari assamese
জীৱনটোক লৈ যদি আপোনাৰ কিবা অভিযোগ আছে তেন্তে এই ফটোখন এবাৰ চাওক। 
niribili assamese status | assamese shayari love
বিহু খাবলৈ কোনোৱে নামাতে সেয়ে বিহুৰ দিনাও মই শুই থাকো। 
new assamese status sad status in assamese
কিমান ধনী হলে sesame pitha, coconut pitha, coconut ball, tube pitha খাব পৰা
হম।
niribili status assamese assamese status sad 

দেউতাকৰ সা সম্পত্তি নথকা ল’ৰা ছোৱালীবোৰে এনেকৈ জীৱনত ওপৰলৈ উঠিবলগীয়া হয়। এয়াই
নিৰ্ঘাত সত্য আৰু বাস্তৱ। 
assamese motivational status assamese romantic shayari
মই কালিও তোমাৰেই ভক্ত আছিলো আজিও তোমাৰেই ভক্ত হৈ আছো। জয় হনুমান। 
assamese heart touching status assamese facebook status
লাহে লাহে সকলোৰে অপ্ৰিয় হৈ গৈ আছো। 
assamese fb status shayari in assamese
ডিপ্ৰেছন একমাত্ৰ প্ৰেম কৰিলে যে হয় সেয়া নহয়। 
বেকাৰ জীৱন, প্ৰিয় মানুহক হেৰুওৱাৰ ভয়, পৰিবাৰৰ চাপ, টকা পইচা, কেৰিয়াৰ,
নিসংগতা, ভবিষ্যতক লৈ চিন্তাৰ বাবেও হয় 
assamese emotional status assamese breakup status
সিদ্ধান্ত ভালপোৱাৰ আগতেই লব লাগে। ভালপোৱাৰ পিছত যি লব লাগে সেয়া হল
দায়িত্ব। 
fb status assamese assamese whatsapp dp
আপুনিৰ পৰা তুমি হোৱাৰ গল্পটো মধুৰ হলেও তুমিৰ পৰা আপুনি হোৱাৰ গল্পটো ভীষণ
যন্ত্ৰণাদায়ক। 
breakup status assamese assamese life status
এদিন মইও গুচি যাম তোমাক নোকোৱাকৈয়ে। চুপচাপ। 
emotional status assamese assamese status for fb sad assamese shayari assamese love story shayari
চুটি চাপৰ ছোৱালীৰ জন্মই হয় ওখ পাখ লৰাবোৰৰ হাৰ্টবিট কঁপাবলৈ
assamese new status assamese friendship status assamese status for love
না কাৰোবাৰ ফোন আহে না কাৰোবাৰ মেছেজ আহে। মাজে মাজে এনে লাগে যেন হাতত ফোন নহয়
কেলকুলেটৰ হে লৈ ফুৰো মই। 
assamese sad whatsapp status sad shayari in assamese
যদি এতিয়াও তেওঁৰ ফটো তুমি লুকাই লুকাই নোচোৱা, তেন্তে তুমি তেঁওক ভাল পোৱাই
নাই। 
assamese sad love status assamese breakup shayari
যদি ব্লক লিষ্টত থকাৰ পিছতো তেওঁৰ নাম বাৰে বাৰে search কৰা নাই তেন্তে তুমি
তেওঁৰ মায়াত পৰাই নাই।
assamese status love romantic assamese status
যদি ডাৱৰীয়া দিনত তেওঁৰ কথা মনত পৰি তোমাৰ মনটো ভীষণ বেয়া নহয় তেন্তে sorry সেয়া
তোমাৰ মোহ আছিল। এতিয়া আৰু নাই। 
life status assamese assamese tragedy status assamese attitude shayari
যদি তেওঁ তোমাৰ দু স্বপ্নত নাহে 
sad love status assamese attitude status assamese assamese status new
যদি নিসংগ সময়ত তেওঁক অনুভৱ নকৰা তেন্তে সচাকৈয়ে তুমি তেওঁক ভালপেৱাই নাই। 
assamese shayari dp assamese motivational shayari
মন বেয়া নকৰিবা বুলি কয় সকলোৱে। কিন্তু মন ভাল কৰি দিয়া মানুহৰ অভাব। 
assamese heart touching shayari assamese friendship shayari
কব খুজিও একো কবলৈ নোৱাৰা বা কোৱাৰ পিছত বুজাবলৈ নোৱাৰা পৰিস্থিতিবোৰ খুবেই
শ্বাসৰুদ্ধকৰ। 
sad status for whatsapp assamese assamese funny whatsapp status
সম্পৰ্কৰ নাম যিয়েই নহওক কিয়, বিপদৰ সময়ত যিজন আপোনাৰ কাষত থাকিব তেওৱেই
আচল। 
breakup shayari assamese facebook assamese status
মধ্যবিত্ত পৰিয়ালৰ বাদে কোনেও এই অনুভুতি বুজিব নোৱাৰে 
Assamese Whatsapp Status | Status In Assamese
নতুন কিতাপখন হাতত পৰাৰ দিনাই দেউতাই পুৰণি কেলেণ্ডাৰখন কাটি কভাৰ লগাই দিছিল। মই
কাষত বহি বহি চাই আছিলো। পৃথিৱীৰ সকলোতকৈ সুন্দৰ হস্তশিল্প। 
assamese quotes | Status In Assamese
মিছা কলে কি হব ভাল ধুনীয়া লৰা কেইটাক চালাক কেইজনীয়ে আগতেই পটাই থয়।
Assamese meme pic | funny Axomiya pic 

বহতে ভাবে গুৱাহাটীত থকিলে মানুহ শকত আৰু বগা  হয়। কি আচৰিত ধৰণৰ কথা 
Assamese+Whatsapp+Status+%252839%2529
কালিও তোমাৰ ভক্ত হৈ আছিলো। আজিও মই তোমাৰ ভক্ত হৈ আছো।
Love Flirt Assamese Pic | Assamese Seni Pic 

হাম তুম এক কমৰেমে বন্ধ হো, তাৰ পিছত চাবিপাত মই নিজেই পেলাই দিম। 
Assamese+Whatsapp+Status+%25281%2529
assamese status video | Assamese love lines
বহু পুৰণি ফটোকেইখনত প্ৰিয় মানুহজনৰ কমেন্টবোৰ থাকি যায়। হেৰাই যায় মাথো
তেওঁ। 
Assamese jokes image | meme photo in Assames
আগৰ কালত মানুহে খং উঠিলে খোৱা বোৱা বন্ধ কৰিছিল। এতিয়া হোৱাটচএপৰ ডিপি সলনি কৰি
অফলাইন হৈ যায়। 
assamese caption | assamese love status
চকৰিটো হলে দেউতাক আৰু কাম কৰিবলৈ নিদিও। এনেকুৱা এটা সপোন বুকুৰ মাজত লৈ বাচি
আছে হাজাৰ মধ্যবিত্ত পৰিয়ালৰ সন্তান । 
assamese whatsapp status | assamese dialogue
এই ৰাতিও গাৰুটো তিয়াই যিয়ে সাৰে আছে। বিশ্বাস কৰক তেওঁলোকৰ জীৱনত এদিন এটা
ধুনীয়া অতীত আছিল। 
assamese attitude status | assamese sad quotes
আপুনি যিমানেই দুৰৱস্থাত লালিত পালিত নহওকঁ কিয়, আপোনাৰ মা দেউতা বৃদ্ধাৱস্থাত
ধনী হোৱা প্ৰয়োজনীয়।এয়া হল আপোনাৰ দায়িত্ব। 
assamese status download heart touching | assamese whatsapp status video download
ওঁঠত ওঁঠ থৈ ক্ষণিকৰ চাহিদা পুৰণ কৰা মানুহজন নহয়, হাতত হাত ধৰি গোটেই জীৱন কাষত
থকা মানুহজনক বিচাৰো। 
assamese status image | assamese dukhor status
যিজনে নিজক শান্তনা দিবলৈ জানে তেওঁ শেষ সময়লৈ টিকি যায়। তুমি কান্দিলে সকলো
সময়তে তোমাক কোনোবাই আহি মুৰত হাত বুলাই নিদিয়ে। সেয়ে নিজৰ সংগী নিজেই
হোৱা। 
niribili assamese status | assamese whatsapp status video download
শীতকাল মানেই বিবাহিত সকলৰ লেপৰ তলত পত্নী, চিংগল সকলৰ লেপৰ তলত মোবাইল
ফোন। 
assamese sad picture | assamese shayari sad
ডু নট ট্ৰাষ্ট মাই স্মাইল। কাৰণ মই বহুত কষ্টত থাকিলেও হাঁহিব জানো। 
assamese heart touching quotes | assamese sad status
ভুল এটাই। আপোনৰ পৰা পৰ হৈ গলো। কিন্তু স্বাৰ্থপৰ হবলৈ নোৱাৰিলো। 
assamese shayari photo | assamese whatsapp status video download
অৱশেষত নিউটনৰ পত্নীক বিচাৰি পোৱা গল। 
assamese status | assamese shayari
শ্বেয়াৰ কৰা যদিও তুমিও সৰুতে এনেকুৱা কৰি তোমাতকৈ সৰুবোৰক ভয় খুৱাইছিলা 
assamese caption for fb | assamese caption for instagram
সময়ৰ লগত মানুহ আপোন পৰ হয়। যদি আপোনাৰ ভাল সময় চলে সকলোৱে আপোন। যদি বেয়া সময়
চলে সকলো পৰ হৈ যায়। 
assamese quotes for whatsapp | new assamese status
যাক তুমি ভালপোৱা তেওঁক এৰি দিয়া। যদি তোমাক ভালপায় নিশ্চয় ঘুৰি আহিব। কিছুদিন
পিছত, আই লাভ ইউ চো মাস্ট বেবী
অসমীয়া status | Assamese status sad
তুমি মোৰ সেই শূন্যতা, যি গোটেই পৃথিৱীখন মিলিও পূৰ্ণতা নাপায়। 
Assamese life status | Assamese Facebook status
গাৰ্লফ্ৰেণ্ড – তোমাৰ বুকুত শুম। বয়ফ্ৰেণ্ডৰ বুকু। খা বাপ্পেকে ভীমকলটো। 
assamese shayari | assamese status
অসমৰ সকলোৰে ঘৰে ঘৰে কিবা থাকক বা নাথাকক, নেটৰ প্ৰব্লেম কিন্তু থাকিবই। 

Conclusion

There you have it—over 50 Assamese WhatsApp statuses to choose from! I hope
you found the perfect one to reflect your mood and personality. Assamese is a
language that’s close to our hearts, and what better way to keep it alive than
by using it every day on WhatsApp?

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

I’d love to hear which status resonated with you the most. Drop a comment
below and let’s start a conversation! And if you want to stay updated with
more content like this, don’t forget to subscribe to our newsletter and follow
us on social media.

FAQs Related to 50+ Assamese Whatsapp Status & Status In Assamese

How often should I change my WhatsApp status?

The beauty of WhatsApp status is its flexibility. There’s no set frequency for updates—it’s all about what you’re feeling or experiencing at the moment. Some people love to change their status daily to reflect their mood or a quote that’s caught their fancy. Others might update less frequently, perhaps when they encounter a special moment or event worth sharing. The key is authenticity; let your status be a true reflection of you.

Can I use these statuses for other social media platforms?

Definitely! While these statuses are crafted with WhatsApp in mind, they’re versatile enough to shine on any platform. Whether it’s Facebook, Instagram, Twitter, or even LinkedIn, feel free to share these snippets of Assamese wisdom and wit. They’re a great way to showcase your love for the language and culture, no matter where your digital footprint lies.

What if I don’t understand some words in the statuses?

Don’t worry if you come across words or phrases that are unfamiliar. Use it as an opportunity to deepen your connection with the Assamese language. Drop a question in the comments, and either I or fellow readers will gladly help out. Alternatively, reach out to a friend or family member who speaks Assamese—conversations like these can be wonderful bonding experiences.

Are these statuses suitable for all ages?

Yes, each status has been carefully selected to ensure it’s appropriate for a wide audience. From young to old, everyone can find something relatable. The goal is to create a collection that resonates with the diverse experiences of life while staying true to the values and decorum of Assamese culture.

How can I contribute my own Assamese status?

We’d absolutely love to see your creativity! If you have a status that you’re proud of, please share it in the comments section. Your contribution could be a source of joy or inspiration for someone else. Plus, it’s a fantastic way to keep the conversation going and to continue celebrating the richness of Assamese culture together.

Join The Community

Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *